• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা: কি কি নিৰ্দেশনা মানি পালন কৰিব পাৰিব স্বাধীনতা দিৱস?

খানাপাৰাৰ পৰিৱৰ্তে জৰ্জ ফিল্ডত অনুষ্ঠিত হ’ব চৰকাৰী কাৰ্য্যসূচী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2020 5:08 pm
Independence Day 2020: Movement of individuals allowed between 6am to 5pm in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না মহামাৰীৰ প্ৰেক্ষাপটত স্বাধীনতা দিৱস পালনৰ ক্ষেত্ৰত জিলা, মহকুমা প্ৰশাসন তথা জনসাধাৰণৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

জন সংযোগ বিভাগে জাৰি কৰা এক জাননীত উল্লেখ থকা অনুসৰি এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী সীমিত কৰাৰ লগতে ব্যাপক জন-সমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

Apply Now

এইবাৰ স্কুল-কলেজৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডৰ অংশগ্ৰহণ বাৰণ কৰা হৈছে।

আনহাতে, স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা স্বাস্থ্য বিধিৰ নীতি-নিয়ম সম্পূৰ্ণৰূপে পালন কৰি সামাজিক ব্যৱধান মানি চলা আৰু মাস্ক পৰিধান কৰাটো সম্পূৰ্ণৰূপে বাধ্যতামূলক কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে।

ইয়াৰোপৰি, দিৱস উদযাপনৰ ক্ষেত্ৰ সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ উপৰিও মঞ্চ, বক্তৃতা মঞ্চ, পতাকাৰ দণ্ড, চকী আৰু অন্যান্য সামগ্ৰীসমূহো চেনিটাইজ কৰা হ’ব।

উদযাপনস্থলীৰ প্ৰৱেশদ্বাৰত হাত ধোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও চেনিটাইজ আৰু ‘থাৰ্মেল স্ক্ৰীনিং’ কৰাটো বাধ্যতামূলক কৰিছে।

ইপিনে, স্বাধীনতা দিৱসৰ সৈতে জৰিত কৰিবলগীয়া শ্ৰমিক অথবা অন্যান্য লোক আৰু কাৰ্য্যসূচী চোৱা-চিতাৰ কামত নিয়োজিত নিৰাপত্তাৰক্ষী, চৰকাৰী নিৰীক্ষকক আগতীয়াকৈ কোভিদ-১৯ পৰীক্ষা কৰি লোৱা হ’ব।

স্বাধীনতা দিৱসৰ আনুষ্ঠানিক কাৰ্য্যসূচী অথবা কোনো সাংস্কৃতিক অথবা ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰা নহ’ব।

বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত নহ’ব যদিও বঁটাপ্ৰাপকসকলৰ নাম স্বাধীনতা দিৱস কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব আৰু বঁটাপ্ৰাপকসকলৰ বঁটাসমূহ জিলা উপায়ুক্তৰ জৰিয়তে স্ব-গৃহতে প্ৰদান কৰা হ’ব।

কোনোধৰণৰ দুপৰীয়াৰ আহাৰ অথবা চাহ-জলপান বিতৰণ ইত্যাদি কাৰ্য্যসূচী স্বাধীনতা দিৱসত পৰিহাৰ কৰা হৈছে।

ইয়াৰোপৰি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা স্বাস্থ্য বিধি অনুসৰি গৰ্ভৱতী মহিলা, একাধিক ৰোগ বা উপসৰ্গত আক্ৰান্ত লোক আৰু ১০ বছৰৰ তলৰ শিশুক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ নকৰাটোৱেই উচিত বুলি বিবেচিত হৈছে।

আনহাতে, এইবাৰ খানাপাৰাত অনুষ্ঠিত নহ’ব স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী। খানাপাৰা খেলপথাৰৰ পৰিবৰ্তে জৰ্জ ফিল্ডত অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী। অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা।

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বৰ্তমান ক’ভিড কেয়াৰ চেন্টাৰ আছে। গতিকে জৰ্জ ফিল্ডত পালন কৰা হ’ব ৭৩সংখ্যক স্বাধীনতা দিৱস।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd