• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ১৬ আগষ্টৰ শুনানি : কেন্দ্ৰীয় চৰকাৰলৈ ৰাজ্য চৰকাৰৰ স্পষ্টীকৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2018 8:50 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মন্ত্ৰী পৰিষদৰ এখন বৈঠক সম্পন্ন হয়।

মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত শিক্ষা আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমক জনোৱা অনুসৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এছ অ’ পি (standard operating procedure)  প্ৰস্তুত কৰি দাখিল কৰিবৰ বাবে নিৰ্দেশ দিছিল।

Apply Now

তেওঁ লগতে কয় “ৰাজ্য চৰকাৰৰ স্পষ্টীকৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।”

উল্লেখ্য যে, অহা ১৬ আগষ্টত উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়টো পুনৰ উত্থাপন হোৱাৰ লগতে উক্ত দিনটোতে ন্যায়ালয়ৰ শুনানি আছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত দাঙি ধৰিব বুলি তেওঁ কোৱাৰ উপৰি উচ্চতম ন্যায়ালয়ে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মন্ত্ৰী ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

তদুপৰি, অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন সংগঠন, ব্যক্তি বিশেষ বা আন সকলৰ মতামত বা এইসকলে চৰকাৰক এন আৰ চি সম্পৰ্কত যিখিনি কথা জনাইছিল, সেই কথাখিনি সন্নিৱিষ্ট কৰি ইতিমধ্যে ৰাজ্য চৰকাৰৰ স্পষ্টীকৰণ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত জনায়।

উল্লেখ্য যে, যোৱা ৩০ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে বিভিন্ন দল-সংগঠনে এন আৰ চিৰ খচৰাখনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে বহু ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতাই প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰাত অসন্তুষ্টি প্ৰকাশ কৰিছিল।

ইয়াৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেব আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি অন্য দল-সংগঠনৰ নেতৃত্বই এন আৰ চিৰ চূড়ান্ত খচৰাকৈ লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

উল্লেখ্য যে, অখিলঞ্জীয়া লোক এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত নিয়োজিত হোৱা বাবে বহু লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল ৰঞ্জিত দাসে।

আনহাতে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবেও এন আৰ চিৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ  ১৯৫১ চন হোৱাটো দাবী কৰাৰ লগতে বহু হিন্দু ধৰ্মাৱলম্বী লোকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি অভিযোগ আনিছিল।

ইয়াৰোপৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ো এন আৰ চিৰ খচৰাৰ পৰা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ লোকৰ নাম বাদ পৰা কথাটোত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছিল।

উল্লেখিত নেতাসকলৰ বাহিৰেও খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়া, প্ৰব্ৰজন বিৰোধী মঞ্চকে মুখ্য কৰি  অন্যান্য দল-সংগঠনৰ নেতৃবৃন্দই এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ আপত্তি প্ৰকাশ কৰাৰ লগতে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা প্ৰস্তুত কৰিবৰ বাবে চৰকাৰ তথা এন আৰ চি কৰ্তৃপক্ষক আহ্বান জনাইছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd