• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্থানীয় এলেকাত নোপোৱা ঔষধ ৰোগীক ঘৰত যোগান ধৰাৰ ব্যৱস্থা স্বাস্থ্য বিভাগৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2020 6:38 pm
Medicine-crisis-750x375

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ সময়ছোৱাত দৰবৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।

আজিৰে পৰা স্থানীয় এলেকাত লাভ নকৰা ঔষধ লাভ কৰিব ৰোগীয়ে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনন্তৰী নামৰ এক আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ অধীনত ১০৪ নম্বৰত ফোন কৰিলে জনসাধাৰণক স্বাস্থ্য বিভাগে ঘৰতে ঔষধ যোগান ধৰিব।

Apply Now

‘ধনন্তৰী আঁচনিৰ অধীনত যিসকল ৰোগীৰ ঔষধ স্থানীয় এলেকাত পোৱা নাযায়, বা অসমত সেই ঔষধ নাই সেইসকলে ঔষধ লাভ কৰিব পাৰিব। যদি ঘৰৰ পৰা ১০ কিঃমিঃতকৈ দূৰত ঔষধ নাপায় তেন্তে এটা হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব। স্মাৰ্টফোন থকাসকলৰ পৰা প্ৰেছকিপছনখনৰ ফটো হোৱাটছএপ যোগে লৈ ল’ম। যিসকলৰ স্মাৰ্টফোন নাই সেইসকলৰ পৰা ঔষধৰ নাম লিখি লোৱা হ’ব। এমপিডব্লিউ বা আশা কৰ্মীসকলে ঘৰত গৈ ঔষধটো যোগান ধৰিব।‘ মন্ত্ৰীগৰাকীয়ে কয়।

ইয়াৰোপৰি বিনামূলীয়া ঔষধৰ ভড়ালত থাকিলে ঔষধটো বিনামূলীয়া হ’ব বা ২০০ টকা পৰ্য্যন্ত ঔষধৰ মূল্য লোৱা নহ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিলৈ দিয়ে।

তেওঁ কয় ‘২০০ টকাৰ ওপৰত ঔষধৰ মূল্য ৰোগীসকলে বহন কৰিব লাগিব। যদি জিলাৰ ভিতৰত ঔষধটো লাভ কৰে তেওঁলোকে ২৪ ঘন্টাৰ ভিতৰত ঔষধটো যোগান ধৰিব। অসমৰ বাহিৰৰ পৰা আনিবলীয়া হ’লে এসপ্তাহ-১০ দিনৰ ভিতৰত ঔষধটো ৰোগীসকলে লাভ কৰিব। যদি জিলাৰ বাহিৰত গুৱাহাটী নাইবা ডিব্ৰুগড় ইত্যাদি ঠাইৰ পৰা আনিবলগীয়া হয় তেন্তে ৪৮ ঘন্টাৰ ভিতৰত লাভ কৰিব।‘

ইপিনে, ১০৪ নম্বৰটো ব্যস্ত হৈ থকা বুলি বহুতৰে পৰা অভিযোগ লাভ কৰা বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘তথাপি অলপ ধৈৰ্য্য ধৰি ফোন কৰিলে এটা সময়ত লাগি যাব। অচিৰেই হোৱেটছএপ নম্বৰ এটাও মুকলি কৰি দিম। তেতিয়া তেওঁলোকে পোনে পোনে প্ৰেছকিপছনখন হোৱেটছএপ কৰি দিব পাৰিব। আজিৰে পৰা এই ধনন্তৰী সেৱা ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হ’ব।‘

ইয়াৰোপৰি অসম আৰক্ষীয়ে ৪৮০০ লোকৰ ঘৰত গৈ ল’কডাউনৰ সময়ত দৰৱৰ যোগান ধৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

আনহাতে, সেই একেখন সংবাদমেলতে ধুবুৰী জিলাত COVID19 পজিটিভ কেচৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মন্ত্ৰীজনে লগতে কয়, ‘ধুবুৰীত পাঁচটা কেচ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নতুনকৈ আহি আছে। পশ্চিমবংগৰ পৰিৱেশ বেয়া হৈ পৰা বাবে সীমান্তৱৰ্তী জিলা কোকৰাঝাৰ আৰু ধুবুৰীৰ ওপৰত বিশেষ নজৰ ৰখাৰ প্ৰয়োজনীতা আহি পৰিছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd