• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত মনকবিতা আয়োজনৰ প্ৰস্তুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2022 9:13 pm
Monkobita
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাউল কৌশিক নাথ ফাউণ্ডেচনে আয়োজন কৰা তৃতীয় বাৰ্ষিক ‘মনগীত: দ্য ছৌউল মিউজিক’ অনুষ্ঠানৰ অপাৰ সফলতাৰ পিছত দ্বিতীয় বাৰ্ষিক মনকবিতা জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ কবিতাৰ ওপৰত আয়োজন কৰা হৈছে।

আয়োজসকলে জানিবলৈ দিয়া মতে ১৯ ফেব্ৰুৱাৰীত সোণাপুৰৰ ডেকাচাঙত নিৰ্বাচিত দৰ্শকৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত কবিতা আবৃত্তি, সংগীত পৰিবেশন আৰু চলচ্চিত্ৰ সম্পৰ্কেও আলোচনা কৰা হ’ব।

Apply Now

মনকবিতা অনুষ্ঠানটি অনলাইন পৰ্টেল www.eastmojo.com ৰ জৰিয়তে চোৱাৰ সুবিধা উপলব্ধ কৰিছে আয়োজক কৰ্তৃপক্ষই। উল্লেখ্য যে মনকবিতা, মনতুলিকা আৰু মনগীত এই তিনিওটা অনুষ্ঠান ৰাউল কৌশিক নাথ ফাউণ্ডেচনে আয়োজন কৰি আহিছে।

অনুষ্ঠানকেইটাৰ লক্ষ্য হৈছে অসমৰ বিভন্ন প্ৰান্তৰ সৃষ্টিশীল কৰ্মক আগুৱাই অনা৷ ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ মেনেজিংট্ৰাষ্টী কৌশিক নাথে জানিবলৈ দিয়ে যে মনগীত, মনতুলিকা আৰু মনকবিতা অনুষ্ঠানৰ জৰিয়তে অসমত ভাল কামৰ এক সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ প্রয়াস কৰা হৈছে।

বিশেষকৈ যুৱপ্রজন্মৰ লোকসকলক এই অনুষ্ঠানত বিশেষ প্ৰাধান্য দিয়াৰ চেষ্টা কৰা হৈছে। ফাউণ্ডেচনৰ উদ্যোগত ১৫ৰ পৰা ১৭ জানুৱাৰীলৈ মাজুলীৰ ডেকাচাঙত মনগীত উৎসৱৰ আয়োজন কৰা হয়।

মনগীত উৎসৱৰ কৰ্মশালাত অসমত ৩৩গৰাকী যুৱ তথা উঠি অহা প্ৰজন্মৰ সংগীতৰ প্ৰতিভাক প্ৰশিক্ষণ প্রদান কৰা হয়।

এই প্রশিক্ষণ প্রদান কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, ধ্ৰুৱজ্যোতি ফুকন, শাশ্বতী ফুকন, নীলোৎপল বৰা, শংকুৰাজ কৌৱৰ, তৰালি শৰ্মা, নিখিল পল জৰ্জ আৰু নীতিন শংকৰ।

এই অনুষ্ঠানত বিশেষভাৱে সহযোগ কৰে অ’ছম আছাম (অসম পৰ্যটন উন্নয়ন নিগম), সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়, অইল ইণ্ডিয়া লিমিটেড, ষ্টেট বেংক অৱ ইণ্ডিয়া, মেক্স চিমেণ্ট লিমিটেডে৷

লগতে সহযোগী স্পনছৰ হিচাপে থাকে ছিষ্টাৰ মছলা। ভ্ৰমণ সহযোগী হিচাপে মেৰিডিয়ান মটৰ্ছ কিয়া, সম্প্ৰচাৰ সহযোগী হিচাপে ৰামধেনু, সংবাদ মাধ্যম সহযোগী হিচাপে ‘নিয়মীয়া বাৰ্তা’, আলোচনী সহযোগী হিচাপে ‘আইনা জীৱনৰ’, ৰেডিঅ’ সহযোগী হিচাপে ৯২.৭ এফ. এম, আৰু টি ছিৰিজে সহযোগিতা আগবঢ়ায়।

আনহাতে প্রথম বাৰ্ষিক মনতুলিকা উৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে কেইবাগৰাকীও প্ৰতিষ্ঠিত চিত্ৰশিল্পীৰ উপস্থিতিত আয়োজন কৰা হয়। লুইতৰ বুকুত সৃষ্টিশীলতাৰ পৰশ তুলি আয়োজন কৰা মনতুলিকা উৎসৱত উপস্থিত থাকে ননী বৰপূজাৰী, সমীৰণ বৰুৱা, চম্পক বৰবৰা, নিখিলেশ্বৰ বৰুৱা, মধুসূদন দাস, খনীন দাস আৰু ভৃগুপতি হাজৰিকা।

ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ মেনেজিংট্ৰাষ্টী কৌশিক নাথে অনুষ্ঠানকেইটালৈ সহযোগ আগবঢ়োৱাৰ বাবে জনসাধাৰণৰ লগতে স্পনছৰসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ লগতে অনাগত দিনত ফাউণ্ডেচনৰ উদ্যোগত উঠি অহা প্রজন্মৰ ছবি নিৰ্মাতাসকলৰ সহায়ক হোৱাকৈ চিত্ৰনাট্যৰ ওপৰতো কৰ্মশালাৰ আয়োজন কৰা হ’ব বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd