DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত পুনৰ দুজনৰ মৃত্যু; এইবাৰ চুলাই নহয় ‘বক্সাৰে’ প্ৰাণ লোৱাৰ অভিযোগ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
February 27, 2019 7:44 am
Spurious Liquor Accident

বিষাক্ত চুলাই সেৱনৰ ফলত মৃত্যু হোৱা কেইজনমান লোকৰ ফাইল ফটো

446
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই সেৱন কৰি বৰ্তমানলৈকে ডেৰ শতাধিকৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ পিছত জিলা দুখনত সোমবাৰৰ পৰা পৰিস্থিতি কিছু পৰিমানে স্বাভাৱিক হৈছে যদিও মঙলবাৰে পুনৰ দুজন ব্যক্তিৰ মৃত্যু হয়।

প্রাপ্ত তথ্য অনুসৰি নিজ বাসগৃহত মৃত্যু হোৱা উক্ত ব্যক্তি দুজন হ’ল গোলাঘাট জিলাৰ মক্ৰং বাগিচাৰ সুৰত তাঁতী (৩৮) আৰু থুৰামুখ অঞ্চলৰ কাঠকতিয়াৰ দীপালী হাজৰিকা।

তাৎপৰ্যপূৰ্ণভাবে ইয়াৰে মক্ৰং বাগিচাৰ পকা লাইনৰ সুৰত নামৰ অস্থায়ী শ্রমিকজন বিষাক্ত চুলাইৰ পৰিৱৰ্তে মহলত উপলব্ধ ‘বক্সাৰ’ নামৰ দেশীয় সুৰা সেৱন কৰি মৃত্যু হোৱাৰ অভিযোগ উঠিছে। দেশীয় সুৰা সেৱনৰ ফলত শ্ৰমিকজনে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হোৱা ঘটনাই এতিয়া সকলোৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে মঙলবাৰে পুৱা উক্ত ব্যক্তিজনৰ মৃত্যু হয় আৰু ইয়াৰ পিছতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি শেষকৃত্য সম্পন্ন কৰা হয়। কিন্তু দেশীয় সুৰাই প্ৰাণ লোৱা ব্যক্তিজনৰ মৃত্যুত গোলাঘাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ এক উচিত তদন্তৰো দাবী জনায়।

আনহাতে দীপালী হাজৰিকা নামৰ বিবাহিতা মহিলাগৰাকী মঙলবাৰে নিজা বাসগৃহতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ইফালে গোলাঘাট চিকিৎসালয়ত মঙলবাৰৰ দিনটোত সুৰা বিষক্ৰিয়াত আক্ৰান্ত কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই বুলি জানিবলৈ দিয়ে।

Recent News

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd