DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তিনিটা স্থান দখলেৰে উজলিল গুৱাহাটী কমাৰ্চ কলেজ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 25, 2019 4:42 pm
705
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষৰ ১০ টা স্থানৰ তিনিটা স্থান দখল কৰিলে মহানগৰীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজৰ তিনি গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে।

ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে নেহা আগৰৱালাই। একেদৰে অৰুনাভ নাথে চতুৰ্থ স্থান আৰু ৰাহুল ৰয়ে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।

মুঠ ৪৬৫ নম্বৰ লাভ কৰা নেহা আগৰৱালাৰ উচ্চতৰ মাধ্যমিকত বিষয় আছিল ইংৰাজী, ঐচ্ছিক ইংৰাজী, একাউণ্টেনচি, বিজনেছ ষ্টাডিছ, অৰ্থনীতি আৰু বাণিজ্যিক গণিত আৰু পৰিসংখ্যা। নেহাই এতিয়া বাণিজ্য শাখাৰ স্নাতকত নামভৰ্ত্তী কৰিব বুলিও আমাক জানিবলৈ দিয়ে।

চতুৰ্থ স্থান লাভ কৰা অৰুনাভ নাথৰ ইচ্ছা একাউণ্টেনচিক গুৰু বিষয় হিচাপে লৈ স্নাতক পঢ়াৰ। গুৱাহাটী কমাৰ্চ কলেজতেই তেওঁ স্নাতক শিক্ষা গ্ৰহণ কৰিব। তেওঁ উচ্চতৰ মাধ্যমিকত ইংৰাজী, ঐচ্ছিক ইংৰাজী, একাউন্টেনচি, বিজনেছ ষ্টাডিচ, বাণিজ্যিক গণিত আৰু পৰিসংখ্যা আৰু অৰ্থনীতি বিষয়ত সৰ্বমুঠ ৪৬১ নম্বৰ লাভ কৰিছে।

আনহাতে মহাবিদ্যালয়খনৰ পৰা ৪৬০ নম্বৰসহ ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভ কৰা ৰাহুল ৰয়ৰ বিষয় আছিল ইংৰাজী, ঐচ্ছিক ইংৰাজী, একাউন্টেনচি, বিজনেছ ষ্টাডিচ, অৰ্থনীতি আৰু বেংকিং। ৰাহুলৰো একাউন্টেনচিক গুৰু বিষয় হিচাপে লৈ গুৱাহাটী কমাৰ্চ কলেজতেই স্নাতক পঢ়াৰ মন।

উল্লেখযোগ্য যে এইবাৰ শিক্ষানুষ্ঠানখনৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই উত্তীৰ্ণ হৈছে। ইয়াকে লয় শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd