DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৮ টা ছয় আৰু এটা চাৰিৰে ৰিয়ান পৰাগৰ বিস্ফোৰক ১৭৮ ৰাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2019 7:38 pm
Riyan-Parag

ৰিয়ান পৰাগ। উৎস-ইণ্টাৰনেট

8.3k
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত আই পি এলত ৰাজস্থান ৰোয়েলছৰ হৈ খেলিবলৈ সুযোগ লাভ কৰা অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে এইবাৰ বিস্ফোৰক বেটিং প্ৰদৰ্শনৰে উজলি উঠিল লতাশিল খেলপথাৰত চলি থকা সদৌ অসম আন্তঃবিদ্যালয় টুৰ্ণামেণ্টত।

গুৱহাটী মহানগৰৰ ছাউথ পইণ্ট স্কুলৰ হৈ খেলা প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ানে কেন্দ্ৰীয় বিদ্যালয়ৰ বিৰুদ্ধে মাত্ৰ ৪৩ বলত ২৮ টা ছিক্সাৰ আৰু এটা চাৰিৰে ১৭৮ ৰাণ সংগ্ৰহ কৰে। দমনীয় প্ৰদৰ্শন দাঙি ধৰা ৰিয়ান বিপক্ষৰ দলৰ বলাৰ সকলৰ বাবে মুৰৰ কামোৰণি হৈ পৰে।

ৰিয়ানৰ বিস্ফোৰক বেটিঙৰ ফলত ছাউথ পইণ্ট স্কুলে নিৰ্ধাৰিত ২০ অভাৰত ৩৭০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কেন্দ্ৰীয় বিদ্যালয়ে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৩৯ ৰাণ সংগ্ৰহ কৰি ৩৩১ ৰাণৰ বিশাল ব্যৱধানত পৰাজিত হয়।

উল্লেখযোগ্য যে, চলিত আই পি এলত ৰাজস্থান ৰোয়েলছৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছিল অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসৰ পুত্ৰ ৰিয়ান পৰাগে।

চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলি আই পি এল কেৰিয়াৰৰ পাতনি মেলা ৰিয়ানে  আই পি এলৰ সাতখন খেলত অংশগ্ৰহণ কৰি ৫ টা ইনিংছত ৩২ গড়ে মুঠ ১৬০ ৰাণ কৰিবলৈ সক্ষম হয়। ৰিয়ানৰ সৰ্বোচ্চ স্কোৰ হ’ল ৫০।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতৰাণ কৰি তেওঁ আই পি এলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতৰাণ কৰাৰ ইতিহাস গঢ়িছিল।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd