• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহাৰৰ শাসনাধিষ্ঠ জেডি (ইউ)ৰ ১ম ৰাজ্যিক সন্মিলন আয়োজন গুৱাহাটীত

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ স্পষ্ট বিৰোধিতাই অসমত নীতীশ কুমাৰৰ দলটোৰ প্ৰধান পৰিচয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2018 6:16 pm
Citizenship bill: Friend JD (U) flushes cold water through BJP's national "Sankalp''

জে দি (ইউ) মুৰব্বী নীতীশ কুমাৰ। ফাইল ছবি।

224
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কৰ স্পষ্ট বিৰোধিতাৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰা বিহাৰৰ শাসনাধিষ্ঠ জনতা দল (ইউনাটে’ড)এ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লৈছে দলটোৰ প্ৰথমখন অসম ৰাজ্যিক সন্মিলন।

অহা ২৩ ডিচেম্বৰত গুৱাহাটীৰ প্ৰভা দেৱী গুপ্তা হিন্দী বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনত দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব।

‘বিহাৰ চৰকাৰৰ গ্ৰামীন বিকাশ মন্ত্ৰী শ্ৰৱণ কুমাৰ, ৰাজ্য সভা সাংসদ কঁহকচা প্ৰবীন, ৰাষ্ট্ৰীয় মহাসচিব অফাক আহমদ খান, ৰাষ্ট্ৰীয় সচিব সঞ্জয় বাৰ্মা আৰু দলৰ উত্তৰ-পূব কাৰ্য্যনিৰ্বাহক পৰিষদৰ অধ্যক্ষ চেনচুমি ল’থা উপস্থিত থাকিব,’ নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰিত জেডি (ইউ)ৰ ৰাষ্ট্ৰীয় সচিব সঞ্জয় বাৰ্মাৰ এক বিবৃতিত প্ৰকাশ।

সন্মিলনত দলটোৰ অসমৰ সমূহ কৰ্মকৰ্তাই ভাগ লোৱাৰ লগতে বহুসংখ্যক লোকে দলৰ সদস্য পদ গ্ৰহণ কৰিব বুলিও বাৰ্মাই উল্লেখ কৰিছে।

লগতে পঢ়ক নাগৰিকত্ব বিধেয়কৰ বিধেয়কৰ স্পষ্ট বিৰোধিতা বিজেপি মিত্ৰ জেডি (ইউ)ৰ

অসমৰ সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰা এটা অন্যতম ৰাষ্ট্ৰীয় দল জেডি (ইউ)।

ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদান ‘সংবিধানবিৰোধী’ আৰু এই বিধেয়ক উত্তৰ-পূবৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব আৰু সংস্কৃতিৰ প্ৰতি ‘ভাবুকি’—এই দুই স্পষ্ট বক্তব্যৰে দলটোৰ নেতা তথা বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰে বিধেয়ক-বিৰোধিতাৰ কথা আছুৰ প্ৰতিনিধিৰ আগত স্পষ্ট কৰিছিল।

উত্তৰ-পূবত বিশেষ প্ৰভাৱ নথকা জেডি (ইউ)ৰ লক্ষণীয়ভাৱে নাগালেণ্ডত এগৰাকী বিধায়ক আছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd