• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত সামগ্ৰিক দুগ্ধ বিকাশৰ বাবে অসম চৰকাৰৰ এনডিডিবিৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2022 8:32 am
Milk production
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে (এনডিডিবি) শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাজ্যখনত দুগ্ধ খণ্ডৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে এক যৌথ উদ্যোগ গঢ়ি তোলাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ পালন মন্ত্ৰী  পুৰুষোত্তম ৰূপালাৰ লগতে অসম চৰকাৰৰ কৃষি, এএইচভিডি আৰু সহযোগিতাৰ মন্ত্ৰী অতুল বৰা আৰু ভাৰত চৰকাৰৰ পশুপালন বিভাগৰ সচিব অতুল চতুৰ্বেদীয়ে এই অনুষ্ঠানত উপস্থিত থাকে।

এই বুজাবুজি চুক্তিত এনডিডিবিৰ অধ্যক্ষ মীনেশ শ্বাহ আৰু অসম চৰকাৰৰ সহযোগিতা বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙে স্বাক্ষৰ কৰে।

Apply Now

অনুষ্ঠানটোত অৰুণাচল প্ৰদেশৰ পশুপালন, পশু চিকিৎসা আৰু দুগ্ধ উৎপাদন মন্ত্ৰী টাগে’ টাকি আৰু মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী ড০ কে বেইচুৱাওৰ উপৰি আন বহুতো জ্যেষ্ঠ চৰকাৰী গণ্যমান্য ব্যক্তি, বিষয়া, সংশ্লিষ্ট সংস্থা আৰু দুগ্ধ খেতিয়কো উপস্থিত থাকে।

লগতে পঢ়ক: মাইক্ৰ ফাইনেঞ্চৰ উদগনিমূলক উপহাৰৰ পৰা বঞ্চিত মহিলাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

এই যৌথ উদ্যোগটোৰ উচ্চাভিলাষী লক্ষ্য হ’ব ৰাজ্যখনত প্ৰতিদিনে ১০ লাখ লিটাৰৰ অধিক গাখীৰ পৰিচালনা আৰু মূল্য যোগ কৰাৰ বাবে গাখীৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা সৃষ্টি কৰা।

এই পদক্ষেপে ১.৭৫ লাখতকৈও অধিক কৃষকক তেওঁলোকৰ খেতিৰ উপাৰ্জন বৃদ্ধি কৰাত সহায় কৰাৰ লগতে দুগ্ধ মূল্য শৃংখলাৰ বিভিন্ন স্তৰত বৃহৎ নিযুক্তিও সৃষ্টি কৰিব।

উদ্যোগটোৱে সমগ্ৰ অসমত ছয়টা দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্প স্থাপনৰ বাবে দায়বদ্ধ থাকিব য’ত ৪১০০ৰো অধিক দুগ্ধ সমবায় সমিতিৰ গাখীৰ সংসাধিত, পেক আৰু বিপণন কৰা হ’ব।

তদুপৰি, এই দুগ্ধ উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে, অসমৰ দুগ্ধ খেতিয়কসকলৰ অধিক লাভ নিশ্চিত কৰিবলৈ অসমত ১৫০০০তকৈও অধিক উচ্চ দুগ্ধ উৎপাদনকাৰী গিৰ গাই অন্তৰ্ভুক্ত কৰা হ’ব।

লগতে পঢ়ক:COVID SOP কোভিডৰ নতুন SOP ঘোষণা, কি কি নতুন নিৰ্দেশনা ?

পৰিকল্পনাটোত অসমৰ ভিতৰত গৰুৰ খাদ্য আৰু চিলেজ নিৰ্মাণৰ বাবে আন্তঃগাঁথনি স্থাপনৰ পৰিকল্পনাও কৰা হৈছে।

এনডিডিবিয়ে ২০০৮ চনৰ পৰা পশ্চিম অসম গাখীৰ উৎপাদক সমবায় সংঘ লিমিটেড পৰিচালনা কৰি আহিছে আৰু বৰ্তমান ৱামুল এক সফল দুগ্ধ সমবায়ৰ এক অনুকৰণীয় আৰ্হি হিচাপে থিয় হৈ আছে।

এক সমবায় সংস্থা হিচাপে ৱামুলে এনডিডিবিৰ পৰিচালনাত ইয়াৰ কাৰ্যকলাপ সলনি কৰিবলৈ সক্ষম হৈছে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই বিশ্ব বেংকৰ অনুদানপ্ৰাপ্ত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিবহন প্ৰকল্পৰ (এপিএআৰটি) অধীনত পুৰবী দুগ্ধ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও উন্মোচন কৰে।

সম্প্ৰসাৰণ প্ৰকল্পৰ অংশ হিচাপে, পুৰবী ডেইৰীৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা প্ৰতিদিনে বৰ্তমানৰ ৬০,০০০ লিটাৰৰ পৰা প্ৰতিদিনে ১.৫ লাখ লিটাৰ গাখীৰলৈ উন্নীত কৰা হ’ব।

লগতে পঢ়ক:Farmer leader slaps BJP MLA: বিজেপি বিধায়কক মঞ্চতেই কাণতলীয়া চৰ শোধালে কৃষক নেতাই

গুৱাহাটীৰ পাঞ্জাবাৰীত কাৰখানাৰ সম্প্ৰসাৰণে পুৰবী ডেইৰীক বৰ্তমানৰ সামগ্ৰীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে থলুৱা মিঠাই, আইচক্ৰীম, ফ্লেভাৰ্ড গাখীৰ আদিৰ দৰে নতুন সামগ্ৰী প্ৰৱৰ্তন কৰিবলৈ সক্ষম কৰিব।

ইপিনে, কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপলাই উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰতিনিধি, চৰকাৰী বিষয়া, উদ্যোগী আৰু কৃষকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানতো অশংগ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd