DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনীতিৰ পৰা সাময়িক জিৰণি: এইবাৰ সাংস্কৃতিক পথাৰত বিশ্বজিৎ দৈমাৰী

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
May 4, 2022 8:13 am
Bodo Sahitya Sabha
130
VIEWS
Share on FacebookShare on Twitter

এইবাৰ মঞ্চত গায়কৰ ৰূপত দেখা গ’ল অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক। বাদ্যযন্ত্ৰৰ তালে তালে বড়ো ভাষাৰ গীত জুৰিলে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে।

তামুলপুৰত অনুষ্ঠিত হৈ থকা ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াত বুধবাৰে গীত পৰিবেশন কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

বিশ্বজিৎ দৈমাৰীৰ গীতত আপ্লুত হ’ল অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ অহা দৰ্শক।

উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰিস্থিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত (গোঁজন ফৌথাৰ) অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন।

বড়ো সাহিত্য সভাৰ এই অধিবেশনত ইতিহাস ৰচনা কৰি আজি বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত অংশ গ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তামুলপুৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ব্যৱস্থাপনাৰ বুজ ল’বলৈ সোমবাৰে আবেলি ৪-০০ বজাত তামুলপুৰৰ বড়ো সাহিত্য সভাৰ অধিবেশনথলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

তামুলপুৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সংগ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্মকে ধৰি কেইবাগৰাকীও নেতা-বিধায়কে।

তামুলপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বড়ো সাহিত্য সভাৰ অধিবেশনৰ কাম-কাজ সমূহ পৰ্যবেক্ষণ কৰে। কাম-কাজৰ পৰ্যবেক্ষণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে এক পৰ্য্যালোচনা সভাত অংশ লয়।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd