DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পত্নীৰ চিকিৎসাৰ বাবে বোকাখাতৰ পৰা দিল্লীলৈ যোৱা ব্যক্তিৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
May 17, 2020 8:20 am
অজিত শইকীয়া

অজিত শইকীয়া

5.9k
VIEWS
Share on FacebookShare on Twitter

পৰিবাৰৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ কোভিড-১৯ত আক্ৰান্ত হোৱা বোকাখাতৰ অজিত শইকীয়া নামৰ এগৰাকী ব্যক্তিয়ে কালি অৰ্থাৎ শনিবাৰে বিয়লি দিল্লীতে মৃত্যুক আকোৱালি লয়।

পত্নী বন্তি শইকীয়াৰ কেঞ্চাৰ চিকিৎসা কৰি থকা অৱস্থাতেই স্বামী অজিত শইকীয়া তেওঁৰ পৰিবাৰ আৰু তেওঁলোকৰ লগত যোৱা কঙ্কনজ্যোতি বৰা নাম যুৱকনজন কোভিদ-১৯ত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে নিঃসন্তান শইকীয়া দম্পতিয়ে তেওঁলোকৰ সহায় হ’ব বুলি বোকাখাতৰে কঙ্কনজ্যোতি বৰাক লগত লৈ গৈছিল। পিছত কোভিড-১৯ত আক্ৰান্ত হোৱাত তিনিওকে ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসাধীন অৱস্থাত অজিত শইকীয়াৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ৰ পৰা লোক নায়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

কোভিড-১৯ৰ ওচৰত হাৰ মানি দিল্লীৰ লোক নায়ক চিকিৎসালয়তে শনিবাৰে বিয়লি অজিত শইকীয়াই মৃত্যুক আকোৱালি লয়।

ইফালে তেওঁৰ পত্নী বন্তি শইকীয়া আৰু তেওঁলোকৰ লগত যোৱা কঙ্কনজ্যোতি বৰা বৰ্তমান কোভিড-১৯ৰ পৰা মুক্ত হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে।

কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত চাকৰিয়াল অজিত শইকীয়াৰ ঘৰ বোকাখাতৰ ম’হমাইকী গাঁৱত।

Recent News

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd