• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে উপস্থিত জনতাক মাৰ্গ দৰ্শন প্ৰদানৰ চেষ্টা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 26, 2020 2:57 pm
index
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰা ‘অসম দৰ্শন আঁচনি’ উন্মোচনী সভাত ৰাজ্যৰ স্বাস্থ্য, শিক্ষা তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ‘মুক্তিত নিস্পৃহ যিটো’ ঘোষাৰে ভাষণ আৰম্ভ কৰি উপস্থিত বিশাল জনতাক মাৰ্গ দৰ্শন প্ৰদানৰ চেষ্টা কৰা দেখা যায়।

মন্ত্ৰী শৰ্মাই উপস্থিত জনতাক উদ্দেশ্যি কয় ‘আজিৰ দিনটোৰ নিচিনা একেলগে গোটেই অসমৰ ভকত বৃন্দ কেতিয়াও লগ হোৱা নাছিল। এইটো অসমবাসীৰ বাবে গৌৰৱৰ দিন।’

Apply Now

ইফালে সত্ৰৰ মাটি বেদখলমুক্ত কৰা বুলিও দাবী কৰি মন্ত্ৰী গৰাকীয়ে অসমত বিজেপি চৰকাৰ হোৱাৰ পাছতে সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ নেতৃত্বত বটদ্ৰৱা সত্ৰৰ পৰা বাংলাদেশীক উৎখাত কৰা হৈছে।

উল্লেখ্য যে আজি কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহে বৰদোৱা সত্ৰৰ পৰিচালনা কমিটিৰ উপস্থিতিত সত্ৰৰ উন্নয়ন ৰ বাবে ১৮০ কোটি টকাৰ এক আঁচনি মুকলি কৰিব।

এই আঁচনিৰ অধীনত পৰৱৰ্তী সময়ত পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে জিলিকিব বটদ্ৰৱা সত্ৰকো নিৰ্মাণ কৰি জিলিকাই তোলা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে উত্তৰ গুৱাহাটী নিৰ্মীয়মাণ AIIMSৰ অসম শাখাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২১ চনৰ জুলাইত AIIMS এ প্ৰাণ পাব।

ইফালে ২০০০ তকৈ অধিক বিচনাৰে ৮০০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালক ৰূসংবৰ্ধন কৰা হ’ব বুলিও মন্তব্য কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

‘এই মুহূৰ্ত জাতিটোৰ বাবে গৌৰৱৰ মুহূৰ্ত। মহাপুৰুষ শংকৰদেৱ, মা কামাখ্যাক লৈ বিশ্বই গৌৰৱ কৰে, বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিজেপি চৰকাৰে কাম কৰিছে।’ উপস্থিত জনতাক উদ্দেশ্যি এইদৰে কয় মন্ত্ৰীগাৰাকীয়ে।

উল্লেখ্য যে অসম দৰ্শন আঁচনিৰ জৰিয়তে ৮০,০০০ নামঘৰলৈ আঢ়ৈ লাখ টকাকৈ প্ৰথম পৰ্যায়ত প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত অসমৰ চুকে কোণে থকা সকলো নামঘৰক সামৰি ল’ব এই আচনিয়ে।

‘অমিত শ্বাহক অসমৰ ৰাইজে পবিত্ৰ অন্তৰৰে তথা অধিক উৎসাহৰে উষ্ম আদৰণি জনাইছিল।’ মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd