• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱা-গান্ধী পৰিয়াল, আলফা-হিজবুল-আল কাইদা সন্দৰ্ভত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্বৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2018 4:58 pm
Himata VS Paresh Baruah

পৰেশ বৰুৱা-হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰেশ বৰুৱাৰ ভতিজাককে ধৰি বহু যুৱক-যুৱতী আলফা (স্বাঃ)মুখী হোৱাৰ চৰ্চাৰ মাজতে ই কোনো ‘বাতৰি নহয়’ বুলি মন্তব্য কৰাৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী শৰ্মাৰ মতে ৩ কোটি জনসংখ্যাৰ অসমত পৰেশ বৰুৱাৰ ভতিজা আলফা (স্বাঃ)ত ভৰ্তি হোৱাটো বাতৰি নহয়, বৰঞ্চ কংগ্ৰেছত ‘ৰাজীৱ গান্ধীৰ পিছত ৰাহুল গান্ধী’ৰ দৰে ভতিজাক মুন্না পৰেশ বৰুৱাৰ পিছত সংগঠনটোৰ দায়িত্ব ল’বলৈ গৈছে।

Apply Now

“পৰেশ বৰুৱাৰ ঘৰৰ ল’ৰা আলফাত যাবই, পৰেশ বৰুৱাতো আগৰ পৰাই আলফা। পৰেশ বৰুৱাৰ ৬০-৭০বছৰ হ’ল, কাৰ্য্যভাৰটো গতাব লাগিব নিজৰ পৰিয়ালৰে কাৰোবাক। যিদৰে কংগ্ৰেছৰ ৰাজীৱ গান্ধীৰ পাছত ৰাহুল গান্ধী,” বুধবাৰে গুৱাহাটীত প্ৰদেশ বিজেপিৰ কাৰ্য্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশৰ পিছতে সাংবাদিকৰ আগত এই মন্তব্য জ্যেষ্ঠ মন্ত্ৰীগৰাকীৰ।

প্ৰশ্নকৰ্তা সাংবাদিকক ওলোটাই হিমন্ত বিশ্বৰ প্ৰশ্ন, ’‘আপোনাৰ ভায়েকজনে যদি আপুনি কাম কৰা চেনেলত যোগদান কৰে সেইটো নিউজ হ’ব পাৰে নেকি?’’

নাগৰিকত্ব বিধেয়কে আলফা (স্বাঃ)ত ‘নতুনকৈ প্ৰাণ দিলে’ বুলি অসম আৰক্ষী (বিশেষ শাখা)ৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই শেহতীয়াকৈ মন্তব্য কৰাৰ বিপৰীতে শৰ্মাই আলফামুখী ‘ল’ৰা’ পূৰ্বতকৈ হ্ৰাস হোৱা বুলি দাবী কৰে।

“সন্ত্ৰাসবাদী সংগঠনত বছৰি ১৫০-২০০ ল’ৰাই যোগদান কৰি থাকে, সেইটো কোনো নতুন কথা নহয়। আগে-পাছে বছৰত ১০০-১৫০ ল’ৰা আলফাত গৈছিল,” শেহতীয়াকৈ আলফা (স্বাঃ)লৈ ‘মাত্ৰ ৩ জন ল’ৰা গৈছে’ বুলি দাবী কৰি এই মন্তব্য শৰ্মাৰ।

অসমৰ শেহতীয়া উত্তপ্ত পৰিস্থিতিত আলফা (স্বাঃ)ৰ প্ৰতি যুৱসমাজৰ সমৰ্থন বঢ়া কথাটোও অগ্ৰাহ্য কৰিছে মন্ত্ৰীজনে।

“ছ’চিয়েল মিডিয়াত আলফাৰ লগতে আল কাইদাকো মানুহে সমৰ্থন কৰে। ছ’চিয়েল মিডিয়াত হিজবুল মুজাহিদীনক সমৰ্থন কৰি ল’ৰা গৈছিল,” শৰ্মাৰ যুক্তি।

শৰ্মাই লগতে কয় যে পৰেশ বৰুৱা শান্তি আলোচনালৈ আহি আলফাক শেষ নকৰা পৰ্য্যন্ত আলফালৈ ল’ৰা গৈয়ে থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd