• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীৰে চহিদ পৰিয়ালে কঁপালে দীঘলীপুখুৰী পাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 9, 2018 1:36 pm
a656af52-b19d-4bac-84ba-05c65eb16700

গুৱাহাটীত সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“জাতীয় নায়ক হায় হায়”, “নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি চহিদৰ কেঁচা তেজৰ মূল্য দিয়ক” আদি ধ্বনিৰে আজি উত্তাল হ’ল দীঘলীপুখুৰীৰ পাৰ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে আজি ইয়াত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিয়লি ২ বজালৈকে চলি থাকিব।

Apply Now

তদুপৰি, প্ৰতিবাদকাৰী সকলে “জাতীয় নায়ক সৰ্বানন্দ সোনোৱাল হায় হায়”, “চহিদৰ কেঁচা তেজৰ মূল্য দিয়ক”, “অসম চুক্তি ৰূপায়ণ কৰক”, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকা আঁসোৱাহ দূৰ কৰি শুদ্ধ এনআৰচি প্ৰস্তুত কৰক”, চহিদ-নিৰ্য্যাতিত পৰিয়ালক সংস্থাপন কৰক” ইত্যাদি ধ্বনিৰে দীঘলী পুখুৰীৰ পাৰ কপাঁই তোলে।

4a2a5a6b-5979-4867-bc11-3c3ad36c43da
চহিদ পৰিয়ালৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত শিল্পী মহেন্দ্ৰ হাজৰিকা। ফটো : নৰ্থইষ্ট নাও

সদৌ অসম জাতীয় চহিদ সমন্বয়ৰক্ষী পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যও উপস্থিত হয় প্ৰতিবাদকাৰীসকলৰ লগত অৱস্থানত বহে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কিছু সময়ৰ বাবে উপস্থিত হৈ বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই “চহিদ প্ৰণামো তোমাক” শীৰ্ষক গীতটিৰ লগতে অন্য দুই এক দেশপ্ৰেমমূলক গীতেৰে প্ৰতিবাদকাৰীসকলক উৎসাহিত কৰে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিষদৰ সভাপতি ৰাজেন ডেকাই সংবাদ মাধ্যমৰ আগত কয়, “৮৫৫ জন চহিদে নিজৰ জীৱন উচৰ্গা কৰিলে। হেজাৰজনে নিজৰ জীৱন ঘুণীয়া কৰিলে তথা এইসকলৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ ৩৮ বছৰ পাৰ হ’ল কিন্তু অসম চুক্তি সফল ৰূপায়ণ নহ’ল।”

তেওঁ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবী জনোৱাৰ লগতে অসম চুক্তি ৰূপায়ণ কৰিবৰ বাবে আহ্বান জনায়।

তদুপৰি অসম অন্দোলনৰ চহিদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ লোকসকলক সংস্থাপনৰ বাবে দাবী জনায়।

প্ৰতিবাদকাৰীসকলে অৱস্থান ধৰ্মঘটৰ অন্তত উক্ত দাবীসমূহ সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd