• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰুদ্ধে ৰাজ্যসভাত সৰৱ ৰিপুণ বৰা

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , July 3, 2019 10:16 pm

1 min read

Assam MP Ripun Bora opposes oil fields’ privatisation in Rajya Sabha

ৰিপুণ বৰা। ফাইল ছবি।

1.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ লগতে দেশৰ ৬৪খন তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত ৰাজ্যসভাত বুধবাৰে সৰৱ হৈ পৰে অসমৰ সাংসদ ৰিপুণ বৰা।

“এই পদক্ষেপে কেৱল একাংশ ব্যক্তিগত সংস্থাকহে উপকৃত কৰিব,” ৰাজ্যসভাৰ শূন্যকালত বিষয়টো উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয়।

তৈলক্ষেত্ৰকেইখন ব্যক্তিগতকৰণৰ বাবে পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে যোৱা ২৯ জুনত জাৰি কৰা জাননীৰ উল্লেখ কৰি বৰাই এই পদক্ষেপৰ দুৰ্ঘোৰ বিৰোধিতা কৰে।

“এই ৬৪খন তৈলক্ষেত্ৰৰ ভিতৰত ব্যক্তিগতকৰণ প্ৰক্ৰিয়াত অসমৰ ডিগবৈ আৰু ৰাজস্থানৰ বগী তিবা তৈলক্ষেত্ৰও আছে,” বৰাই কয়।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ অতি আপত্তিজনক আৰু ই দেশৰ স্বাৰ্থৰ পৰিপন্থী।

“ই বৃহৎ পুঁজিপতি গোষ্ঠীসমূহকহে সেৱা কৰিব,” ৰাজ্যসভাৰ মজিয়াত বৰাৰ মন্তব্য।

অইল ইণ্ডিয়া লিমিটেদ আৰু অ’ এন জি চিৰ উদাহৰণেৰে বৰাই কয় যে এই দুয়োটা বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে কৰা তেল আৰু গেছ নিষ্কাষণে দেশৰ অৰ্থনীতিলৈ বৰঙনি আগবঢ়াইছে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd