• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা, শুকুৰবাৰৰ পৰা আৰম্ভ নতুন প্ৰক্ৰিয়া

এন আৰ চিত অনলাইনযোগে কিদৰে শুধৰণি কৰিব পাৰি জানিবলৈ বাতৰিটোত দিয়া ভিডিঅ’টো চাওক।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2019 11:04 pm

1 min read

https://www.facebook.com/nrcassam/videos/255037495385818/
1.6k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰ (১৫ ফেব্ৰুৱাৰি)ৰ পৰা আৰম্ভ হ’ব অসমত চলিত এন আৰ চিৰ অতি গুৰুত্বপূৰ্ণ দাবী আৰু আপত্তি নিষ্পত্তি প্ৰক্ৰিয়া।

দাবী আৰু আপত্তিসমূহ শুনানিৰদ্বাৰা নিষ্পত্তি কৰা হ’ব, জনাইছে অসমৰ এন আৰ চি কৰ্তৃপক্ষই।

দাবী আৰু আপত্তিৰ শুনানিৰ তাৰিখ, সময় আৰু স্থান সংশ্লিষ্ট ব্যক্তিৰ ঘৰে ঘৰে গৈ জাননীযোগে জনাব এন আৰ চিত নিয়োজিত কৰ্মচাৰীসকলে।

আন এক গুৰুত্বপূৰ্ণ ঘোষণা হ’ল শুনানিত কোনো নাবালক-নাবালিকা উপস্থিত থাকিব নালাগে। “তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকক প্ৰতিনিধিত্ব কৰিব পাৰিব,” জনায় ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

শুনানিলৈ আহোঁতে এন আৰ চিৰ আবেদনৰ লগত জমা দিয়া সকলো নথিৰ মূল কপি আনিবলৈয়ো লোকসকলক অনুৰোধ জনোৱা হৈছে।

আনহাতে অনলাইনযোগে এন আৰ চিত নিজৰ তথ্যত থকা ভুল শুধৰোৱাৰো ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই।

অনলাইনযোগে কিদৰে শুধৰণি কৰিব পাৰি জানিবলৈ তলৰ ভিডিঅ’টো চাওক।

Recent News

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd