DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত অগপৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ; ৮০ শতাংশ আসন লাভ কৰাৰ দাবী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 29, 2018 7:44 am
Kumar Dipak das

বৰপেটাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস

272
VIEWS
Share on FacebookShare on Twitter

বৰপেটাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে অসম গণ পৰিষদ। বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ, গাঁও পঞ্চায়ত, আঞ্চলিক পৰ্যায় আৰু গাঁও সভাবোৰত অগপৰ প্ৰাৰ্থী আৰু কৰ্মীসকলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

বিগত দুটা দিনত সমষ্টিটোৰ অন্তৰ্গত সুন্দৰীদিয়া, পাটবাউসী, কেওঁটকুছি, পালহাজী, আজাদ, দংৰা, পশ্চিম হাউলী, উত্তৰ হাউলী, মৈৰামাৰা, ভেল্লা, বাঁহমুৰা, কুমুল্লীপাৰা আদি অঞ্চলত নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰি কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অগপ।

নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰি ভাষণ প্ৰসংগত স্থানীয় বিধায়ক তথা জিলা অগপৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে কয় যে সমাগত পঞ্চায়ত নিৰ্বাচনত যে অগপই পূৰ্বতকৈযে অধিক ভাল ফলাফল লাভ কৰিব। অগপৰ উত্থানত অইন ৰাজনৈতিক দলবোৰ শংকিত হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷

অনুষ্ঠানত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয় যে, ভ্ৰষ্টাচাৰী কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা বিজেপিকো অসমৰ ৰাইজে এইবাৰ আঁকোৱালি নলয়।

অসমৰ সমস্যা সমাধানৰ বাবে ৰাজ্যত অগপৰ বিকল্প অইন দল যে নাই সেই কথা অসমৰ ৰাইজে উপলব্ধি কৰি পঞ্চায়ত নিৰ্বাচনত অগপৰ সপক্ষে ভোট প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

আনহাতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বৰপেটাত অগপই ৮০ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি দলটোৰ নেতা দুগৰাকীয়ে দাবী কৰে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd