• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শেষ সিদ্ধান্ত; মিত্ৰতা নহয় অকলেই পঞ্চায়ত নিৰ্বাচনত নামিব অগপ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 31, 2018 7:53 pm
Guwahati- AGP central general meeting

প্ৰতিনিধিত্বমূলক চিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত আগন্তুক পঞ্চায়ত নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতাত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম গণ পৰিষদ দলে। আজি অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাধাৰণ পৰিষদৰ সভাত দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত অগপই বিজেপিৰে মিত্ৰতা কৰি ৰাজ্যত মিত্ৰজোঁট চৰকাৰ গঠন কৰিছিল যদিও পৰৱৰ্তী সময়ত বিজেপি চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিয়ে দলটোক শলঠেকত পেলাইছিল।

Apply Now

বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিজেপি আৰু অগপৰ মাজত কিছু মতানৈক্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।

ইয়াৰ মাজতে আজিৰ সভাই সাধাৰণ পৰিষদৰ পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি ‘আঞ্চলিকতাবাদী ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে’ এককভাৱে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয়। অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই কথা সদৰী কৰে।

জিলা সমিতি সমুহৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সাধাৰণ সভাই ‘প্ৰয়োজন সাপেক্ষে বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰি সঠিক ৰণকৌশল তৈয়াৰৰ বাবে সমষ্টি সমিতি আৰু জিলা সমিতিসমূহক সৰ্বসন্মতিক্ৰমে কৰ্তৃত্ব প্ৰদান কৰে।‘

এইক্ষেত্ৰত সমষ্টি সমিতিয়ে প্ৰাৰ্থী বাছনি কৰিব আৰু সেই প্ৰাৰ্থী তালিকা জিলা সমিতিয়ে অনুমোদন জনাই কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

তদুপৰি সভাৰ মাজতে সাংবাদিকৰ আগত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপই চৰকাৰৰ ভিতৰে বাহিৰে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে জাতীয় দল-সংগঠনৰে বৈঠকত বহিব।

আনহাতে, এন আৰ চি প্ৰসংগত প্ৰতীক হাজেলাই লোৱা স্থিতিৰ প্ৰতি অগপই পূৰ্ণ সমৰ্থন আগবঢ়ায়।

আজিৰ এই সভাতে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক কৃষ্ণ কান্ত বৈশ্যৰ লগতে চাহ জনগোষ্ঠীৰ তিনিজনকৈ কংগ্ৰেছ নেতা ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰাফেল কুজুৰ, মজদুৰ কংগ্ৰেছৰ দুই অন্যতম সম্পাদক বিক্ৰম এক্কা আৰু ভিমছেন কুজুৰে অগপত যোগদান কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd