• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ দুটা কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ পঞ্চায়ত নিৰ্বাচনৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 7, 2018 6:48 pm

1 min read

Voters stand in queues to cast their votes during the RE voteing first phase of Assam panchayat election polling at Kharikotiya Kishan LP School, Mariani on 06-12-18.Pix by UB Photos

প্ৰতীকী ছবি। ইউ বি।

362
VIEWS
Share on FacebookShare on Twitter

৫ ডিচেম্বৰত অনুষ্ঠিত অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণত বেলট পে’পাৰ বিসংগতিৰ বাবে বাতিল হোৱা শিৱসাগৰ জিলাৰ দুটা কেন্দ্ৰত শুকুৰবাৰে সুকলমে অনুষ্ঠিত হয় পুনৰ ভোট গ্ৰহণ।

দুয়োটা কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ বিয়লি ৩ বজাত সমাপ্ত হয়।

জিলাখনৰ আমগুৰি বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত ১৩নং দোপদৰ জিলা পৰিষদৰ ৮৪নং কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰ ৫১৫ জনৰ ৩৯২ গৰাকীয়ে শুকুৰবাৰে ভোটদান কৰে। ভোটদানৰ হাৰ আছিল ৭৬.১১ শতাংশ।

লগতে পঢ়ক– অসমৰ ক’ত কেতিয়া পুনৰ ভোট গ্ৰহণ? পঞ্চায়ত নিৰ্বাচনত খেলিমেলি স্বীকাৰ ৰাজ্যিক আয়ুক্তৰ

আনহাতে  ৮৯নং পুৰণি লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪৫১গৰাকী ভোটাৰৰ ৩৭৪ গৰাকীয়ে ভোটদান কৰে। কেন্দ্ৰটোত ভোটদানৰ হাৰ ৮২.০৯ শতাংশ।

৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত এই দুটা ভোট কেন্দ্ৰত আন কেন্দ্ৰৰ বেলট পে’পাৰ ভোটাৰে ব্যৱহাৰ কৰা বুলি শিৱসাগৰ জিলা উপায়ুক্তই প্ৰতিবেদন দিছিল।

Recent News

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd