• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ক’ত কেতিয়া পুনৰ ভোট গ্ৰহণ? পঞ্চায়ত নিৰ্বাচনত খেলিমেলি স্বীকাৰ ৰাজ্যিক আয়ুক্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 6, 2018 6:55 am
H N Bora, State Election Commissioner

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ৰাজ্যজুৰি হোৱা বিসংগতিৰ কথা স্বীকাৰ কৰি কেইবাটাও স্থানত ৭ ডিচেম্বৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা বুধবাৰে ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই।

“বেলট পেপাৰ আৰু ভোটগ্ৰহণৰ বিসংগতিৰ বাবে বিশ্বনাথ, লখিমপুৰ, শিৱসাগৰ, গহপুৰ, তিতাবৰৰ কোনো কোনো স্থানত ৭ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ হ’ব,” ক’ত ক’ত পুনৰ ভোট গ্ৰহণ হ’ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই বুলি সদৰী কৰি মন্তব্য আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাৰ।

Apply Now

তালিকাত নাম নথকা ভোটাৰৰ নিজৰো “দায়িত্ব” আছিল বুলিও তাৎপৰ্য্যপূৰ্ণভাৱে বৰাই মন্তব্য কৰে।

“এন আৰ চিকে ধৰি বিভিন্ন কাৰণত আমি বহুত সালসলনি আৰু অসুবিধাৰ মাজেৰে নিৰ্বাচন পাতিবলগীয়া হৈছে। কিন্তু ভোটাৰৰো এটা দায়িত্ব থাকিব লাগে। নিজৰ নামটো তালিকাত নথকাটো বহুতে আজিহে ভোট দিবলৈ গৈ গম পাইছে। এতিয়া কৰিব পৰা উপায় নাথাকে, দুদিনমানৰ আগত ক’লেও আমি শুধৰাব পাৰিলোহেঁতেন,’’ সন্ধিয়া ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্য্যালয়ত এক সংবাদমেলত বৰাৰ মন্তব্য।

লগতে পঢ়ক– পঞ্চায়ত নিৰ্বাচনৰ ১ম পৰ্য্যায়ত ৰাজ্যজুৰি বিসংগতি; ঠায়ে ঠায়ে বঞ্চিতৰ প্ৰতিবাদ, বাতিল ভোটগ্ৰহণ

বিভিন্ন স্থানত ভোটাৰৰ নাম তালিকাত সন্নিবিষ্ট নোহোৱাৰ লগতে কিছুমান ঠাইত বেলত পেপাৰত প্ৰাৰ্থীৰ নামৰ বিপৰীতে চিহ্ন ভুলকৈ ছপা হোৱাৰ কথাও স্বীকাৰ কৰে।

ইপিনে বিয়লি তিনি বজালৈকে প্ৰথম পৰ্য্যায়ত ভোটদানৰ হাৰ ৬৫.৫ শতাংশ হোৱা বুলি সদৰী কৰে নিৰ্বাচন আয়ুক্তজনে।

কিন্তু সন্ধিয়া ৫.৩০ বজাত সংবাদমেল অনুষ্ঠিত কৰালৈকে বহু ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি থকা বাবে তেওঁ এই হাৰ আৰু বৃদ্ধি পাব বুলি আশা কৰে।

২০১৩ চনৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ভোট দান হৈছিল ৭৬.৭৬ শতাংশ। প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৭৪.২৮%, দ্বিতীয় পৰ্যায়ত ৭৭.৭১% আৰু তৃতীয় পৰ্যায়ত ৭৮.২৮%।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd