• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভুৱা বাতৰি’ চিনাক্ত কৰা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ গ্ৰুপতে প্ৰচাৰ হ’ল ভুৱা ‘খবৰ’

‘অসম আৰক্ষীৰ জনসাধাৰণলৈ গোহাৰি’ বুলি প্ৰচাৰিত হৈছিল ভুৱা খবৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2020 4:46 pm
dipr-assam-1280x720
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি নিশা অসম চৰকাৰৰ মুখপাত্ৰস্বৰূপ এটা হোৱাটছএপ গ্ৰুপত এটা খবৰ আহিছিল যে জনসাধাৰণলৈ অসম আৰক্ষীৰ বিশেষ গোহাৰি।

DIPR ASSAM শীৰ্ষক এই গ্ৰুপটোত এটা নম্বৰৰ পৰা আহিছিল গোহাৰিখন। য’ত অসম আৰক্ষীৰ চিহ্ন সম্বলিত ১৩ টা পৰামৰ্শ সম্বলিত জাননী প্ৰকাশ কৰিছিল। চৰকাৰৰ মুখপাত্ৰস্বৰূপ এই গ্ৰুপত জাননীখন লাভ কৰি সেই সন্দৰ্ভত নৰ্থ ইষ্ট নাওত নিশাৰ ভাগতে বাতৰি প্ৰকাশ পাইছিল।

Apply Now

তাৰ পাছতে অসম আৰক্ষীয়ে এইটো এক ভুৱা বাতৰি আখ্যা দিয়ে।

প্ৰথম কথা অসম চৰকাৰৰ মুখপাত্ৰ হৈছে এই তথ্য আৰু জনসংযোগ বিভাগ। দ্বিতীয়তে অসমৰ যিকোনো প্ৰান্তৰ পৰা অহা ভুৱা খবৰ বোৰ প্ৰকৃততে ভুৱা বুলি ৰাইজৰ মাজত প্ৰচাৰ কৰে এই বিভাগে। এটা অৰ্থত ই ৰাজ্য চৰকাৰৰ FACT-CHECKER হিচাপে কাম কৰে।

কিন্তু তেনে এক দায়িত্বশীল বিভাগৰ হোৱাটছএপ গ্ৰুপতে ভাইৰেল হৈছে ভুৱা খবৰ। যি খবৰ যোৱা নিশা ১০:৩০ বজাত কোনো এজন চৰকাৰী বিষয়াই আপলোড কৰিছিল। এই কাণ্ডৰ পাছতে পুনৰবাৰ পোহৰলৈ আহিছে জন-সংযোগ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ ছবিখন।

তাৎপয্যপূৰ্ণভাৱে, সেই ভুৱা খবৰ প্ৰচাৰ কৰাৰ প্ৰায় ১৫ ঘন্টাৰ পাছতহে অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল এই বিষয়ে অৱগত হয়। ইপিনে, DIPR ASSAM গ্ৰুপৰ ফালৰ পৰাও উক্ত খবৰক লৈ বৰ্তমান পৰ্য্ন্ত কোনোধৰণৰ স্পষ্টীকৰণ অহা নাই।

উল্লেখযোগ্য যে, কালি প্ৰেৰণ কৰা উক্ত ভুৱা গোহাৰিত ‘মাস্ক পিন্ধাৰ সুযোগ লৈ অপৰাধীয়ে আপোনাৰ লগত সংঘটিত কৰিব পাৰে নানা অপৰাধ’ বুলি উল্লেখ কৰি তাৰ বাবে জনসাধাৰণে কেনেধৰণে সাৱধানতা উল্লেখ কৰিব তাৰ বিষয়ে ১৩ টা পৰামৰ্শ দাঙি ধৰিছিল।

তাৰ ভিতৰত কেইটামান ভুৱা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল।

১)মহিলাসকলক বেছি আ-অলংকাৰ পৰিধান কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ অসম আৰক্ষীৰ।

২) নিৰ্জন বা অন্ধকাৰ ৰাস্তাৰে অকলে নাযাব বুলি পৰামৰ্শ।

৩) পাৰ্চ বা মানিবেগত মূল্যৱান সামগ্ৰী, অলংকাৰ, নগদ ধনৰাশি বেছিকৈ নাৰাখিবলৈ পৰামৰ্শ অসম আৰক্ষীৰ।

 

৪) অচিনাকী ব্যক্তিৰ পৰা চেনিটাইজাৰ, মাস্ক আৰু খাদ্য সামগ্ৰী ন’লব।

৫) অচিনাকী ব্যক্তিক আপোনাৰ ঘৰলৈ চেনিটাইজ কৰিবৰ বাবে আহিব নিদিব।

৬) বেছি টকা-পইচা লৈ বজাৰলৈ নাযাব। তাৰ পৰিৱৰ্তে অনলাইন বা বৈদ্যুতিক মাধ্যম প্ৰয়োগ কৰি ধন আদায় দিয়ক।

ইপিনে, ইয়াক আৰক্ষীৰ শীৰ্ষ মহলে ভুৱা বুলি আখ্যা দিছে যদিও বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে কোনো স্পষ্টীকৰণ দিয়া নাই অসম আৰক্ষীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd