• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মৃত্যু হোৱা কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ মুখ্য মন্ত্ৰীৰ ৫ লাখ টকাৰ সাহায্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 18, 2020 7:16 pm

1 min read

b1a88042-13a2-4951-9a68-111a0f148968

সোণোৱাল

282
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত আজি গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত দুষ্কৃতিকাৰী দল এটাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি লোৱা অসম আৰক্ষীৰ জোৱান ৰবেন দাসৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, আজি দুপৰীয়া ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰে গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত এটা দলৰ বিৰুদ্ধে মানকাছাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত নিয়োজিত অসম আৰক্ষীৰ পহৰাদাৰী এটা গোটে এক শক্তিশালী অভিযান চলাইছিল আৰু এই অভিযানত গৰুৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত দলটোক অনুসৰণ কৰি থাকোতে দুৰ্ভাগ্যবশত এটা পুখুৰীত পিছল খাই পৰি আৰক্ষী কনিষ্টবল ৰবেন দাসে শোকাৱহ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল।

মুখ্য মন্ত্ৰীয়ে এই ঘটনাৰ পাছতে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিহত আৰক্ষী জোৱানগৰাকীৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাথিনাপুৰস্থিত গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে মৃত আৰক্ষী জোৱানগৰাকীৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।

মুখ্য মন্ত্ৰীয়ে লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক মৃত আৰক্ষী জোৱানগৰাকীৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd