• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত বহু দশকজোৰা সফল অভিযানে অসম আৰক্ষীৰ যোগ্যতাক প্ৰমাণ কৰিছে : কেন্দ্ৰীয় মন্ত্ৰী জি কে ৰেড্ডী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 7:48 pm
HOM-

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জি কে ৰেড্ডী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ চৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সোমবাৰে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা উন্নত হোৱা বুলি মন্তব্য কৰে।

ৰেড্ডীয়ে ইয়াৰ ফলত আৰক্ষী বিষয়া আৰু সাধাৰণ নাগৰিকৰ হতাহত হোৱা ঘটনাও হ্ৰাস পাইছে বুলি কয়।

Apply Now

সোমবাৰে অসমত আৰক্ষী স্মৰণ দিৱস উপলক্ষ্যে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰেড্ডীয়ে এনেদৰে মত প্ৰকাশ কৰে।

ভাৰতীয় সুৰক্ষা বাহিনীয়ে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি আহিব পৰা সকলো ধৰণৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পুৰ্ণৰূপে সক্ষম বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।

‘‘অসম আৰক্ষীৰ জোৱানসকলে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হোৱা সংঘৰ্ষত, সীমান্ত অঞ্চলৰ সুৰক্ষা ব্যৱস্থা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিজৰ আত্মবলিদান দি আহিছে,’’ ৰেড্ডীয়ে কয়।

ভাষণ প্ৰসংগত ৰেড্ডীয়ে ১৯৬৪ চনৰ পৰা বৰ্তমানলৈ ৮৭৯ গৰাকী অসম আৰক্ষীৰ জোৱানে আইন শৃংখলা ৰক্ষাৰ নিমিত্তে প্ৰাণ আহুতি দিয়া বুলি উল্লেখ কৰে।

বহু দশক ধৰি অসম আৰক্ষীয়ে উগ্ৰবাদী আৰু সন্ত্ৰাসবাদীৰ বিপক্ষে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চলাই অহা অভিযানত নিজৰ দক্ষতা আৰু সক্ষমতাৰো প্ৰমাণ দাঙি ধৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক প্ৰশংসা কৰে।

আৰক্ষী জোৱান সকলৰ আত্মবলিদানে অসমৰ সুৰক্ষা ব্যৱস্থাৰ মান সম্পুৰ্ণৰূপে সলনি কৰি তোলাৰ লগতে ৰাজ্যখনত শান্তি আৰু সমৃদ্ধি প্ৰতিষ্ঠাৰে নিয়োগৰ সুযোগ বৃদ্ধি কৰাত উল্লেখযোগ্য বৰঙণি যোগাই আহিছে বুলি ৰেড্ডীয়ে মত প্ৰকাশ কৰে।

সমগ্ৰ অসমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূবলৈ চোৱা নীতিক সঁচা অৰ্থত প্ৰয়োগেৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ সকলো উগ্ৰপন্থী সংগঠনক অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ উভতি আহি দেশৰ প্ৰগতিত অৰিহণা যোগাবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd