• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য ২০১৯ৰ নিৰ্বাচন : গান্ধী জয়ন্তীৰ দিনাই প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিলে ‘লোকসম্পৰ্ক অভিযান’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 2, 2018 9:08 pm
Congress Lok Samparka

২০১৯ৰ নিৰ্বাচনৰ বাবে জনসম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছে আজিৰ পৰা আৰম্ভ কৰে লোকসম্পৰ্ক অভিযান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ। দলটোৱে ইতিমধ্যে ৰাফেল বিমান ক্ৰয় কেলেংকাৰি, মূল্যবৃদ্ধি আদিকে ধৰি বিভিন্ন ইচ্ছ্যুৰে জনসমৰ্থন আদায়ৰ বাবে চেষ্টা চলাই থকা মাজতে আজিৰে পৰা আৰম্ভ কৰিছে এটা নতুন কাৰ্যসূচী।

আজি গান্ধী জয়ন্তীৰ দিনাই জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই কংগ্ৰেছে ২০১৯ৰ নিৰ্বাচনৰ বাবে জনসম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আৰম্ভ কৰিলে ‘লোকসম্পৰ্ক অভিযান’।

Apply Now

এই অভিযান আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ কংগ্ৰেছৰ এটা দলে গুৱাহাটীৰ তৰুণ নগৰৰ ৪২ নং ৱাৰ্ডৰ দলটোৰ ২১৪ নম্বৰ বুথৰ অন্তৰ্গত চাৰিটা পৰিয়ালক সাক্ষাৎ কৰে। ইয়াৰ পাছত আবেলিলৈ মণিপুৰিবস্তিৰ ১১০ নম্বৰ বুথৰ চাৰিটা পৰিয়ালৰ ওচৰলৈ যায়।

দলটোৱে পৰিয়ালকেইটাৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। ইয়াৰ উপৰি পৰিয়ালকেইটাৰ পৰা দিহা পৰামৰ্শও গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ দলটোৱে।

“এই কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি চৰকাৰৰ মিথ্যাচাৰ, প্ৰতিশ্ৰুতি ভংগ, অচ্ছে দিনৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰে ৰাইজৰ মূৰত মাধমাৰ, কেন্দ্ৰীয় পৰ্যায়ত বৃহৎ পৰিমাণৰ দুৰ্নীতি, ৰাজ্য চৰকাৰৰ বিভিন্ন বিফলতা আদি ৰাইজৰ আগত দাঙি ধৰিছো। এই কাৰ্যসূচী কেৱল লোকসভা নিৰ্বাচনৰ বাবেই নহয়, আমাৰ এই ‘লোকসম্পৰ্ক অভিযান’ কাৰ্যসূচী আগলৈও চলি থাকিব আৰু ভোটাৰ ৰাইজৰ লগত সম্পৰ্ক ৰক্ষা কৰি যাম”, কাৰ্যসূচী আৰম্ভ কৰি সভাপতি ৰিপুন বৰাই কয়।

উল্লেখ্য যে এই ‘লোকসম্পৰ্ক অভিযান’ কাৰ্যসূচীৰ বাবে প্ৰদেশ কংগ্ৰেছে ৰাজ্যখনত ২৬ হাজাৰ কৰ্মী নিয়োগ কৰিছে। এই কৰ্মীসকলে প্ৰতিজনে ১০-১৫টা পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষা কৰিব।

এই কাৰ্যসূচীৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত গান্ধী জয়ন্তী উদযাপন কৰে। ইয়াৰ উপৰি ৰিপুণ বৰাসহ এটা দলে গান্ধী মণ্ডপলৈ গৈ মহাত্মা গান্ধীৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd