• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত উপস্থিত প্ৰদেশ কংগ্ৰেছ নেতৃত্ব : দলীয় কৰ্মীৰ বিপুল আদৰণি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2019 3:13 pm

1 min read

গুৱাহাটীত উপস্থিত প্ৰদেশ কংগ্ৰেছ নেতৃত্ব : দলীয় কৰ্মীৰ বিপুল আদৰণি

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰদেশ কংগ্ৰেছৰ ফটো

970
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পিছত নিজ ৰাজ্যত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নেতৃবৃন্দ। দিল্লীৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ নেতৃত্বক বিপুল আদৰণি জনাই দলীয় কৰ্মকৰ্তা সকলে।

ৰাজ্যসভাত বিধেয়কৰ বিপক্ষে প্ৰথমৰে পৰা বলিষ্ঠ ভূমিকা পালন কৰি থকা অসমৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰাণী নৰহৰ লগতে অসম প্ৰদেশ কংগ্ৰছ কমিতিৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয়।

বিধেয়ক প্ৰসংগত কংগ্ৰেছৰ স্থিতি সবল আছিল আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে এই ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি অসমৰ জনসাধাৰণৰ পক্ষত থিয় হৈছিল বুলি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মন্তব্য কৰে।

উল্লেখযোগ্য যে, বুধবাৰে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ পিছত সমগ্ৰ অসমতে আনন্দৰ বন্যা বৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগলৈ বিভিন্ন ৰাজনৈতিক দলক সাক্ষাৎ কৰাৰ বাবে দিল্লীত বাহৰ পাতি আছিল আছু, নেছ’, কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি অগপৰ নেতৃত্ব।

আনহাতে, বিজেপি দলৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কাম-বন নথকা মানুহেহে আন্দোলন কৰে বুলি ৰাজ্যবাসীৰ উদ্দেশ্যে বিৰূপ মন্তব্য প্ৰকাশ কৰে।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd