• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢোল-তাল লৈ ৰাফেল বিমান কেলেংকাৰি, মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ; ৰাজ্যপালক স্মাৰক পত্ৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 6, 2018 8:23 pm
Congress Raj Bhawan Gherao

ঢোল-তাল বজাই ৰাফেল বিমান কেলেংকাৰি, মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰি, পে’ট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ৰাজপথলৈ ওলাই আহিল বিৰোধী দল কংগ্ৰেছ।
আজি মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা ঢোল-তাল আদি বাদ্য বজাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজভৱনলৈ সমদল উলিয়ায় দলটোৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে।
প্ৰতিবাদকাৰী দলটোৰ নেতৃত্ব দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এই কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূবৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱত, ৰকিবুল হুছেইন, নীলমণি সেন ডেকাকে ধৰি কেইবাজনো প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন তথা বৰ্তমানৰ বিধায়ক উপস্থিত থাকে।
কংগ্ৰেছৰ দলটোৱে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ৰাজভৱনলৈ প্ৰতিবাদী সমদল কৰাৰ অন্তত ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
প্ৰতিবাদৰ নেতৃত্ব দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, “ৰাফেল বিমান ক্ৰয় কেলেংকাৰি ভাৰতৰ সকলোতকৈ বৃহৎ কেলেংকাৰি। এই কেলেংকাৰিৰ কথা আমি কোৱা নাই, এইয়া স্বয়ং ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে কৈছে, বায়ুসেনা বাহিনীৰ চীফ মাৰ্চেলৰ ভাষ্যত প্ৰকাশ পাইছে।
“কংগ্ৰেছ চৰকাৰৰ দিনত ভাৰতে ফ্ৰান্সৰ লগত বায়ু সেনাৰ পৰামৰ্শ অনুসৰি ১২৬খন বিমান ক্ৰয়ৰ চুক্তি কৰিছিল। কিন্তু মোদী চৰকাৰে এই চুক্তি সলাই মাত্ৰ ৩৬খন বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাৰ কথাটো কোনেও গম নাপালে।” এইদৰে কয় ৰিপুণ বৰাই।
তেওঁ লগতে যুদ্ধ বিমান নিৰ্মাণৰ কোনো অভিজ্ঞতা নথকা ৰিলায়েন্স কোম্পানিক ৰাফেল বিমান নিৰ্মাণৰ কাম দিয়া বিষয়টোৰো বিৰোধিতা কৰে। ইয়াৰ উপৰি পে’ট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিতো তীব্ৰ আপত্তি কৰে।
প্ৰতিবাদত ভাগ লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱতে কয়, “বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এতিয়া এই চৰকাৰখনে দেশৰ সুৰক্ষাৰ লগত জড়িত বিষয়তো আপোচ কৰা দেখা গৈছে।”
কংগ্ৰেছে সমগ্ৰ দেশজুৰি ইয়াৰ বিৰুদ্ধে ব্যাপক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি ৰাৱতে মন্তব্য কৰে।
ইপিনে, আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ভিন্ন ৰূপত দেখা গ’ল কেইবাজনো কংগ্ৰেছ নেতাক।
প্ৰতিবাদৰ সময়ত ৰাজভৱনৰ সন্মুখৰ বেৰিকেইডৰ ওপৰত বগাই প্ৰতিবাদ সাব্যস্ত কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱতে। কিন্তু ৰাৱতে বাঁহ এডালৰ ওপৰতে উঠি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি থকাৰ সময়তে ভাগি পৰে বেৰিকেইডৰ বাঁহডাল। কথমপি আঘাতৰ পৰা ৰক্ষা পৰে কংগ্ৰেছ নেতাজন। একেদৰে বেৰিকেইডৰ বাঁহত বগালে প্ৰাক্তন মন্ত্ৰী অকণ বৰায়ো।
আনহাতে, বেৰিকেইডৰ ওপৰত উঠি ভোৰতাল বজাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল সততে চৰ্চাত থকা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক। তেওঁৰ ওচৰতে ঠিয় দিলে সৰুক্ষেত্ৰীৰ বিধায়ক জাৰিৰ হুছেইন শিকদাৰে।

Apply Now
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd