• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে অন্যায় ভাবে আটক কৰাকলৈ তীব্ৰ গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ

ৰাজকন্যা বৰুৱাৰ জামিনত জড়িত আৰক্ষী বিষয়াক দৃষ্টান্তমূলক শাস্তিৰ দাবী

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
October 5, 2021 4:12 pm
APCC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙ্গলবাৰে ৰাজীৱ ভৱনত হোৱা এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগতে প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে অন্যায় ভাবে আটক কৰাকলৈ তীব্ৰ গৰিহণা দিয়ে।

এই সন্দৰ্ভত তেওঁ কয় “কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ খেৰীৰ এক কৃষকৰ প্ৰতিবাদী কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী এজনৰ পুত্ৰই গাড়ীৰে চলাই ৬ গৰাকী কৃষকক মহতিয়াই হত্যা কৰা কাৰ্য্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গৰিহনা দিয়ে

উক্ত ঘটনাৰ ভুক্তভোগী আৰু ঘটনাটোৰ বুজ লোৱাৰ উদ্দেশ্যেৰে সেই ঠাইত উপস্থিত হ’বলৈ যোৱাৰ পথত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয়া সাধাৰণ সম্পাদিকা প্ৰিয়ঙ্কা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে অন্যায় ভাৱে আটক কৰাৰ লগতে অপদস্থ কৰাৰ চেষ্টা কৰা ঘটনাক প্ৰদেশ কংগ্ৰেছে তীব্ৰ গৰিহণা দিয়ে।”

Apply Now

তেওঁ কয়, “এটা সময়ত অটল বিহাৰী বাজপে বিৰোধী দলৰ দলপতি থকা সময়ত কংগ্ৰেছে তেখেতক যথেষ্ট সন্মান দিছিল, কিন্তু আজি বিৰোধীক অপমান আৰু অপদষ্ঠ কৰি এই চৰকাৰে গণতন্ত্ৰক হত্যা কৰিব খুজিছে।”

তদুপৰি মহানগৰীৰ ৰুক্মিণীনগৰত শনিবাৰে নিশা সংঘটিত ‘ড্ৰিংক এণ্ড ৰান’ ঘটনা সন্দৰ্ভত দ্বীজেন শৰ্মাই কয়, “ঠিক তেনেকৈয়ে অসমত ৰাজকন্যা বৰুৱা নামৰ এগৰাকী মহিলাই নিশা সুৰামত্ত অৱস্হাত গাড়ী চলাই নজন কৰ্তব্যৰত শ্ৰমিকক মহতিয়াই লৈ যায়, যাৰ ফলত এজন বণুৱা শ্ৰমিকে দুয়োখন ভৰিয়েই হেৰুৱাব লগীয়া হয়।

ৰাজকন্যা বৰুৱা ইমানেই প্ৰভাৱশালী যে তেওঁ পিছদিনাই জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হয়। পুলিছৰ সহযোগিতাত দুৰ্বল কেছ ডায়েৰী দিয়া কাৰণে এনে ঘটনা হবলৈ পালে।

যি সকল আৰক্ষী এই ঘটনাৰ লগত জড়িত আছে, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি নজন শ্ৰমিকক সোনকালে যথোপযুক্ত ক্ষতি পূৰণ দিয়াৰ লগতে উক্ত ঘটনাত দুইখন ভৰিয়ে হেৰুৱাব লগীয়া হোৱা শ্ৰমিকজনক কৃত্ৰিম ভৰি লগোৱাৰ ব্যৱস্হা কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে দাবী জনাইছে।”

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd