• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব মাতৃভাষা দিৱসৰ দিনাই ‘ইউনিক’ড ফ্ৰ’ণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ মুকলি অসম প্ৰকাশন পৰিষদৰ

অসম প্রকাশন পৰিষদৰ উদ্যোগে ‘মোৰ ভাষা মোৰ গৌৰৱ’ ধ্বনিক আধিক শক্তিশালী কৰিলে : ড‘ কুলধৰ শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 6:23 pm
21-02-2021 Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰকাশন পৰিষদৰ এলানি অভিলাষী প্রকল্পৰ ভিতৰত দুটা ভাষা প্ৰযুক্তি ভিত্তিক গুৰুত্বপূৰ্ণ ছপাযোগ্য ‘বাণীকান্ত অসমীয়া ইউনিক’ড ফ্ৰ’ণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ৰ সভাগৃহত আজি অনুষ্ঠিত এটা অনুষ্ঠানত এই প্ৰকল্প দুটা মুকলি কৰে ক্ৰুমে অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ  কুলধৰ শইকীয়াই।

Apply Now

আজি এই প্ৰকল্প দুটা মুকলি অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ সহযোগিতাত অসমীয়া লিপি ইউনিক’ড সমৰ্থিত ছপা উপযোগী এটা ফ্ৰ’ণ্ট পৰিয়াল (Front Family) নিৰ্মাণ কৰি উলিওৱা হৈছে।

বাণীকান্ত অসমীয়া ইউনিক’ড ফ্ৰ’ণ্ট মুকলি কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয়, ‘অসম প্ৰকাশন পৰিষদৰ আজিৰ এই পদক্ষেপে অসমীয়া ভাষা তথা লিপিৰ উত্তৰণৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব।

ভাষণ প্ৰসংগত লগতে চলিহাই আৰু কয় ‘অসমীয়া ভাষা জননীৰ বাবে আজি এটা ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব।’

ইফালে আজিৰ অনুষ্ঠানতে নন্‌ ইউনিক’ড ফ্ৰ’ণ্টৰ আখৰ ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পৰা ‘ৰসৰাজ ৰূপান্তৰক (NON UNICODE TO UNICODE CONVERTOR) মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই।

ভাষণ গ্ৰসংগত ডঃ শইকীয়াই কয়, “অসম প্ৰকাশন পৰিষদৰ উদ্যোগে অসম সাহিত্য সভাৰ ‘মোৰ ভাষা মোৰ গৌৰৱ’ ধ্বনিক আজি অধিক শক্তিশালী কৰিলে। ভাষা তথা লিপিৰ বিকাশ বিস্তৃতিৰ বাবে অসম প্ৰকাশন পৰিষনে গ্ৰহণ কৰা এই পদক্ষেপক ভূয়সী প্রশংসা কৰে আৰু সকলোকে এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাবলৈ মুকলি আহ্বান জনায় সভাপতি ডঃ শইকীয়াই।

উল্লেখ্য যে, অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগৰ অন্তৰ্গত অসম প্ৰকাশন পৰিষদে যোৱা ডেৰ বছৰীয়া প্ৰচেষ্টাৰ অন্তত অসমীয়া ভাষাৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ‘ভাষা প্ৰযুক্তি বিকাশ পৰিষদ’ৰ সহযোগত অসমীয়া ‘ফ্ৰ’ণ্ট ফেমিলি’ নিৰ্মাণ কৰি উলিয়াইছে।

অসমীয়া নৰ্মেল, অসমীয়া ইটালিক, অসমীয়া ব’ল্ড আৰু ইংৰাজী ফণ্টৰ লগতে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা IPA এই ইউনিক’ড ফ্ৰ’ণ্টে অসমীয়া ভাষাৰ কাৰিকৰী সমস্যা নাইকিয়া কৰিব বুলি আশা প্রকাশ কৰা হৈছে।

প্ৰণিধানযোগ্য যে অসমীয়া ভাষাৰ ভেটি গঢ়োতা গৱেষক ডঃ বাণীকান্ত কাকতিৰ নামত উৎসৰ্গিত এই ফ্ৰ’ণ্ট নিৰ্মাণৰ প্ৰকল্পত অসম প্রকাশন পৰিষদৰ উদ্যোগত ভাষা প্রযুক্তি বিকাশ পৰিষদৰ গুণদীপ চেতিয়া, ৰাজু গোহাঁই আৰু ডঃ ভাস্কৰজ্যোতি শৰ্মাই আগভাগ লৈছিল।

আজি ‘বিশ্ব মাতৃভাষা দিৱস’ৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে এই ফ্ৰ’ণ্ট অসমীয়া ছপা মাধ্যমত ইউনিক’ডত প্রয়োগৰ বাবে মুকলি কৰি দিয়ে।

অসমীয়া ভাষাৰ বাবে কাৰিকৰী দিশত এক যুগান্তকাৰী সংযোজন হিচাপে চিহ্নিত হোৱা এই ছপাযোগ্য ‘বাণীকান্ত অসমীয়া ইউনিক’ড ফ্ৰ’ণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ (NON UNICODE TO UNICODE CONVERTOR) অসম প্রকাশন পৰিষদৰ www.publicationboardassam.com বেৱছইটত বিনামূলীয়াকৈ উপলব্ধ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd