• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়ন্ত্ৰণহীন কৰ’নাৰ সংক্ৰমণ! ৰাজ্যত নতুনকৈ আক্ৰান্ত ৫৯০গৰাকী লোক, এগৰাকীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 6:57 am
Covid-test-image-1-1

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত ৰঙালী বিহুৰ উছাহৰ মাজতে কৰ’নাৰ সংক্ৰমণ ক্ৰমে গুৰুতৰ ৰূপ লোৱাৰ পথত আগবাঢ়িছে। ইতিমধ্যে কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা অসমত মঙলবাৰে নতুনকৈ ৫৯০গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, মঙলবাৰে কৰ’নাত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকগৰাকী কামৰূপ মহানগৰ জিলাৰ।

Apply Now

মঙলবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছে ১২৪৯ গৰাকী লোক। সেইদৰে, সৰ্বাধিক আক্ৰান্ত আন জিলাসমূহৰ ভিতৰত ডিব্ৰুগড় জিলাত ৭৪ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত ৪৮ গৰাকী, আৰু যোৰহাট জিলাত ২৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

ৰাজ্যখনত এই দিনটোত মুঠ ৫৯,৩১০ গৰাকী লোকৰ কৰ’না টেষ্ট কৰা হৈছিল। সেইদৰে, এই দিনটোত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৫২গৰাকী।

ৰাজ্যখনত এতিয়া মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ২,,৯২৪গৰাকী।

আনহাতে, সোমবাৰে ৫৮৩ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

অৱশ্যে সোমবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু ঘটা নাছিল।

সোমবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত হৈছিল ১৯৩ গৰাকী লোক। সেইদৰে, সৰ্বাধিক আক্ৰান্ত আন জিলাসমূহৰ ভিতৰত কামৰূপ গ্ৰাম্য জিলাত ৪৮ গৰাকী, ডিব্ৰুগড় জিলাত ৪৩ গৰাকী আৰু নগাঁও জিলাত ২৯ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

সেইদৰে, ৰাজ্যখনত দেওবাৰে ৩৫২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

দেওবাৰে ৰাজ্যখনত কৰ’নাত এগৰাকী লোকৰ মৃত্যু হৈছিল। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকগৰাকী লখিমপুৰৰ আছিল।

দেওবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত হৈছিল ১৮৬ গৰাকী লোক। সেইদৰে, আন জিলাসমূহৰ ভিতৰত ডিব্ৰুগড় জিলাত ২৩ গৰাকী, নগাঁও জিলাত ১৮ গৰাকী আৰু তিনিচুকীয়াত ১৭গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

ৰাজ্যখনত আৰম্ভণিৰে পৰা এতিয়ালৈকে মুঠ কৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২,২১,৪৮৩ গৰাকী। সেইদৰে কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,১১৯গৰাকী। এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে মুঠ ২,১৬,০৯৩ গৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd