• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 22, 2026 10:35 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক ২০২৬ চনৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত আৰু প্ৰকাশৰ সময়সূচী সলনি কৰিছে। ৰাজ্যখনত চলি থকা ভয়াবহ বানৰ ফলত সৃষ্টি হোৱা অসুবিধাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি আয়োগে জানিবলৈ দিছে।

যোৱা ২১ জুলাই, মঙলবাৰে জাৰি কৰা এখন জাননীত আয়োগে উল্লেখ কৰিছে যে বানত আক্ৰান্ত অঞ্চলসমূহত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ কামটো পুৰণি সময়সূচী অনুসৰি শেষ কৰিব পৰা হোৱা নাছিল। নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ আৰু যোগ্য ভোটাৰসকলক নাম পঞ্জীয়ন তথা শুধৰণি কৰাৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰিবলৈ এই নতুন সময়সূচী প্ৰস্তুত কৰা হৈছে।

Apply Now

মিচিং স্বায়ত্তশাসিত পৰিষদ (নিৰ্বাচন) নিয়ম, ২০০৫ ৰ ১৬ নং নিয়মৰ অধীনত লাভ কৰা ক্ষমতা প্ৰয়োগ কৰি আয়োগে ঘোষণা কৰিছে যে এতিয়া খচৰা ভোটাৰ তালিকা ২০২৬ চনৰ ২৯ জুলাইত প্ৰকাশ পাব। দাবী আৰু আপত্তি দাখিল কৰাৰ অন্তিম তাৰিখ ১৩ আগষ্ট নিৰ্ধাৰণ কৰা হৈছে আৰু এই দাবী তথা আপত্তি সমূহ ২০ আগষ্টৰ ভিতৰত নিষ্পত্তি কৰা হ‘ব।

এই নতুন কাৰ্যসূচী অনুসৰি, ২০২৬ চনৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা ২০২৬ চনৰ ২৪ আগষ্টত প্ৰকাশ কৰা হ‘ব। আয়োগে স্পষ্ট কৰি দিছে যে যোৱা ৩০ জুন, ২০২৬ তাৰিখে জাৰি কৰা পূৰ্বৰ জাননীৰ আন সকলো নিয়ম আৰু চৰ্ত একেই থাকিব। অসমৰ কেইবাখনো জিলাত বানেস্বাভাৱিক প্ৰশাসনিক কাম-কাজত ব্যাঘাত জন্মোৱাৰ সময়তে সকলো নিয়মীয়া প্ৰক্ৰিয়া সুকলমে সম্পূৰ্ণ কৰাৰ স্বাৰ্থত কৰ্তৃপক্ষই এই নিৰ্বাচনী সময়সূচী সলনি কৰিবলৈ বাধ্য হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজিবিয়ে মিছা কৈছিল, অসমৰ বাংলাদেশ সীমান্তত উদ্ধাৰ সন্ধানহীন বিএছএফ জোৱানৰ মৃতদেহ

বিজিবিয়ে মিছা কৈছিল, অসমৰ বাংলাদেশ সীমান্তত উদ্ধাৰ সন্ধানহীন বিএছএফ জোৱানৰ মৃতদেহ

November 25, 2026 4:34 pm
আজি ৰাতিৰ আকাশত আবিৰ্ভাৱ হ’ব ইউৰেনাছ; উজ্বল হৈ উঠিব, কেতিয়া, কেনেকৈ চাব?

আজি ৰাতিৰ আকাশত আবিৰ্ভাৱ হ’ব ইউৰেনাছ; উজ্বল হৈ উঠিব, কেতিয়া, কেনেকৈ চাব?

November 25, 2026 3:47 pm
পোহৰলৈ আহিছে সনাতনী বিজেপি বিধায়কৰ পৰকীয়া প্ৰেমৰ অধ্যায়: বিধায়ক ঔৰসজাত সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ সাজু প্ৰতাৰিত মহিলাৰ

পোহৰলৈ আহিছে সনাতনী বিজেপি বিধায়কৰ পৰকীয়া প্ৰেমৰ অধ্যায়: বিধায়ক ঔৰসজাত সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ সাজু প্ৰতাৰিত মহিলাৰ

November 25, 2026 3:40 pm
শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

November 25, 2026 1:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজিবিয়ে মিছা কৈছিল, অসমৰ বাংলাদেশ সীমান্তত উদ্ধাৰ সন্ধানহীন বিএছএফ জোৱানৰ মৃতদেহ

বিজিবিয়ে মিছা কৈছিল, অসমৰ বাংলাদেশ সীমান্তত উদ্ধাৰ সন্ধানহীন বিএছএফ জোৱানৰ মৃতদেহ

November 25, 2026 4:34 pm
আজি ৰাতিৰ আকাশত আবিৰ্ভাৱ হ’ব ইউৰেনাছ; উজ্বল হৈ উঠিব, কেতিয়া, কেনেকৈ চাব?

আজি ৰাতিৰ আকাশত আবিৰ্ভাৱ হ’ব ইউৰেনাছ; উজ্বল হৈ উঠিব, কেতিয়া, কেনেকৈ চাব?

November 25, 2026 3:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd