DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৈৱৰ্ত লৰালৈ বিয়া হোৱা যুৱতীৰ পৰিয়ালক পৰাচিতৰ নিৰ্দেশ সত্ৰাধিকাৰৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 23, 2019 7:59 am
কৈৱৰ্ত লৰালৈ বিয়া হোৱা যুৱতীৰ পৰিয়ালক পৰাচিতৰ নিৰ্দেশ সত্ৰাধিকাৰৰ
1.6k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে শংকৰ সংঘই গাহৰি, কুকুৰা পুহি স্বাৱলম্বী হ’ব বিচৰা বিশ্বনাথৰ এজন যুৱকৰ পৰিয়ালক সংঘৰ পৰা বহিষ্কাৰ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই এইখন অসমতে পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে। এইবাৰ ঘটনাৰ স্থান যোৰহাট জিলাৰ ভগলীয়া গাঁও।

জানিব পৰা মতে ভগলীয়া গাঁৱৰ জনৈক বৰা উপাধিৰ ব্যক্তি এজনৰ কন্যাই পৰিয়ালৰৰ অমতত কৈৱৰ্ত সম্প্ৰদায়ৰ লৰা এজনৰ লগত বিয়া হৈছিল। যাৰ বাবে এতিয়া যুৱতীগৰাকীৰ পৰিয়ালটোক পৰাচিত কৰাৰ নিৰ্দেশ দিয়ে দীঘলী সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ মহন্তই।

আনহাতে সত্ৰাধিকাৰ গৰাকীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা। সংগঠনটোৰ সভাপতি পৰশজ্যোতি দাসে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে এজন কৈৱৰ্ত সম্প্ৰদায়ৰ লৰালৈ অন্য জাতিৰ ছোৱালী এগৰাকী বিয়াহৈ অহাৰ পাছত তেওঁৰ পৰিয়ালক দীঘলী সত্ৰৰ সত্ৰাধিকাৰে দিয়া পৰাচিতৰ নিৰ্দেশ গৰিহণাৰ যোগ্য।

এজন কৈৱৰ্ত লৰাৰ লগত আন জাতিৰ ছোৱালী বিয়া হোৱাটো পাপ বা অপৰাধ হ’ব পাৰে নেকি বুলি প্ৰশ্ন কৰাৰ লগতে তেওঁ এয়া কৈৱৰ্তসকলৰ প্ৰতি চৰম অপমান বুলি মন্তব্য কৰে।

ইয়াক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি সকীয়াই দি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই দীঘলী সত্ৰৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে আইনৰ দ্বাৰাস্থ হ’ব বুলিও পৰশ জ্যোতি দাসে কয়। তদুপৰি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই অসম চৰকাৰক বিষয়তটোত হস্তক্ষেপ কৰিবলৈ দাবী জনায়।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd