• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছ আই আৰ নহয়! অসমত হ’ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SR)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2025 9:00 pm
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহিবলগা বিধানসভা নিৰ্বাচনৰ আগতেই অসমত অনুষ্ঠিত হ‘ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (Special Revision – SR)। এই প্ৰক্ৰিয়াটো সাধাৰণ SSR বা SIR—দুয়োটাৰ পৰাই কিছুমান ক্ষেত্ৰত পৃথক। ২০২৬ চনৰ ১ জানুৱাৰী যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে নিৰ্ধাৰিত হৈছে।

নিৰ্বাচন আয়োগে ১৭ নৱেম্বৰ, ২০২৫ত অসমত এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আনুষ্ঠানিক নিৰ্দেশ জাৰী কৰে। আয়োগে দিয়া সূচী অনুসৰি ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ’ব। যিহেতু সেই বছৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, সেইবাবে বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াটোক বিশেষ গুৰুত্বপূৰ্ণ ধৰা হৈছে।

Apply Now

SR–SIR–SSR: কি পাৰ্থক্য?

বিষয়াসকলৰ মতে, এই বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া মূলত “SSR-ৰ এটা উন্নত সংস্কৰণ”। এজন জ্যেষ্ঠ বিষয়াৰ ভাষ্য অনুসৰি “এই পদ্ধতিত গণনা প্ৰ-পত্ৰ ব্যৱহাৰ নকৰাকৈ BLO-এ ঘৰে ঘৰে গৈ প্ৰথমতে সংগৃহীত তথ্য পৰীক্ষা কৰিব।” ইতিমধ্যে কেন্দ্রীয় নিৰ্বাচন আয়োগে ১২খন ৰাজ্যৰ বাবে SIR নিৰ্দেশ জাৰী কৰিছে, যদিও অসমত বিশেষ পুনৰীক্ষণ (SR)-ই প্ৰযোজ্য হ’ব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাই সামাজিক মাধ্যমত লিখিছে—
“অসমত বিশেষ পুনৰীক্ষণৰ সিদ্ধান্তক অসম চৰকাৰে আদৰণি জনাইছে। চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব।”

নিৰ্বাচন আয়োগৰ মতে SR সূচী

  • ২২ নৱেম্বৰ – ২০ ডিচেম্বৰ, ২০২৫: ঘৰে ঘৰে পৰীক্ষণ
  • ২৭ ডিচেম্বৰ, ২০২৫: সংহত খচৰা তালিকা প্ৰকাশ
  • ১০ ফেব্ৰুৱাৰী, ২০২৬: চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ভোটাৰ হোৱাৰ যোগ্যতা

সংবিধানৰ ৩২৬ নং অনুচ্ছেদ আৰু RPA Act, 1950 অনুসৰি—

  • ভাৰতৰ নাগৰিক হ‘ব লাগিব
  • ০১.০১.২০২৬-ত বয়স ১৮ বছৰ বা অধিক হ‘ব
  • সংশ্লিষ্ট সমষ্টিৰ সাধারণ বাসিন্দা হ‘ব
  • আইনৰ অধীনত ভোটাধিকাৰৰ বাবে অযোগ্য নোহোৱাকৈ
  • মানসিক দৃষ্টিৰে সক্ষম হ‘ব

চিইঅ’ৰ দায়িত্ব: কি কি নিশ্চিত কৰিব লাগিব?

  • পৰিয়ালৰ সকলো ভোটাৰ একেটা অংশতে তালিকাভুক্ত হ‘ব
  • ঘৰৰ সংখ্যা সঠিকভাৱে প্ৰতিফলিত হ‘ব
  • ভোট কেন্দ্ৰসমূহ তলৰ মহলা/পথ-প্ৰৱেশ স্তৰত হ‘ব
  • প্ৰপত্ৰ-৭ৰে দ্বৈত/মৃত/স্থানান্তৰিত ভোটাৰ ১০০% আঁতৰোৱা
  • BLO-ৰ মাধ্যমেৰে ১০০% ভোট কেন্দ্ৰ পৰীক্ষণ
  • প্ৰতি কেন্দ্ৰত ১২০০ৰ উপৰলৈ ভোটাৰ নাথাকিবলৈ নতুন কেন্দ্ৰৰ প্ৰয়োজনীয়তা মূল্যায়ন
  • ECI মানদণ্ড অনুসৰি ফটো গুণগত মান ৰক্ষা

ব্ল’ক লেভেল অফিচাৰ (BLO) এ ঘৰে ঘৰে কি সংগ্ৰহ কৰিব?

  • একাধিক ভোটাৰ নাম, মৃত ব্যক্তি, স্থানান্তৰিত ভোটাৰ চিনাক্তকৰণ
  • সংশোধনৰ তথ্য সংগ্ৰহ
  • প্ৰপত্ৰ-৬ আৰু ৮ত ইচ্ছামাফিক আধাৰ নম্বৰ আগবঢ়াব পাৰিব
  • আধাৰ নেদিয়াৰ বাবে কোনো আবেদন নাকচ হ‘ব নোৱাৰে
  • আধাৰ সংযোগ নকৰাটো ভোটাৰ নাম অন্তৰ্ভুক্তিৰ অধিকাৰ আটকাব নোৱাৰে

স্বচ্ছতা নিশ্চিতকৰণ

পুনৰীক্ষণ সূচী জাৰি কৰাৰ লগতে সকলো স্বীকৃত ৰাজনৈতিক দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা বজাই ৰখা হ‘ব।

চূড়ান্ত তালিকা প্ৰকাশৰ আগতেই নিৰ্বাচন আয়োগৰ লিখিত অনুমতি ল’ব লাগিব। মুখ্য কাৰ্যবাহী বিষয়াই ১৪ ফেব্ৰুৱাৰী, ২০২৬ৰ ভিতৰত এছআৰ চূড়ান্ত প্ৰতিবেদন জমা দিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd