• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিকৰ লগতে অন্যান্য লোকসকলকৰ ৰেইলৰ ভাড়া বহন কৰিব অসম প্ৰদেশ কংগ্ৰেছে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 4, 2020 6:47 pm

1 min read

495
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত কৰ্ম সংস্থাপনহীন ভাৱে আবদ্ধ হৈ থকা অসমৰ শ্ৰমিক সকলক কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিশেষ ৰেলযোগে নিজ ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰিছে যদিও ৰেইলৰ টিকট বিনামূলীয়া কৰা নাই।

সেয়েহে, এই দুৰ্দশাগ্ৰস্ত শ্ৰমিকসকলৰ ৰেইলৰ টিকটৰ মূল্য কংগ্রেছ দলে বহন কৰাৰ কথা দলৰ সভানেত্রী ছোনিয়া গান্ধীয়ে ঘোষণা কৰিছে।

দেশৰ প্ৰতিখন প্ৰদেশ কংগ্ৰেছ কমিটিকো সহায়ৰ হাত আগবঢ়োৱাৰ নিৰ্দেশ দিছে।

প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সভানেত্রী গৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছে আৰু যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

নৰ্থ নিউজ নাওক তৰুণ গগৈয়ে কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ বাহিৰত আৱদ্ধ হৈ থকা সকলো লোকৰে ৰেইলৰ ভাড়া বহন কৰিব।

ইয়াৰ বাবে যি টকা পইচাৰ প্ৰয়োজন হ’ব সেই টকা সংগ্ৰহ কৰিবলৈ প্ৰদেশ কংগ্ৰেছ প্ৰস্তুত হোৱাৰ কথাও উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd