• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণোৱাল চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন; কি কি সিদ্ধান্ত লোৱা হ’ল কেবিনেট বৈঠকত?

ল'কডাউনৰ সীমা বৃদ্ধি হোৱা-নোহোৱাক লৈ কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 7, 2020 6:28 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি  মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়।

বৈঠকৰ অন্তত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনায় গৃহীত হোৱা সিদ্ধান্তসমূহ। সেই সিদ্ধান্তসমূহ তলত অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল।

Apply Now
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলক ১০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত। যিবিলাক গাওঁ পঞ্চায়তৰ অধীনত ৫ হাজাৰ জনবসতি আছে সেইবোৰত ১৫০ টা পৰিয়ালে ১০০০ টকাকৈ লাভ কৰিব। ৫ হাজাৰৰ পৰা ১০ হাজাৰ লোকৰ ভিতৰত ২০০ টা পৰিয়ালে লাভ কৰিব এই সুবিধা।
  • গাওঁ পঞ্চায়তৰ সভাপতি আৰু সদস্যৰ পৰিয়ালে এই সাহায্য লাভ কৰিব নোৱাৰিব। ৰেচন কাৰ্ড নথকা তথা দৰিদ্ৰ লোকসকলে এই সুবিধা লাভ কৰিব। হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ১০০ শতাংশ সাৱধান হ’বলৈ পঞ্চায়তৰ সভাপতি আৰু সদস্যক অনুৰোধ মন্ত্ৰীগৰাকীৰ।
  • অসম চৰকাৰে ল’কডাউনৰ ক্ষেত্ৰত নতুনকৈ কোনো নীতি-নিৰ্দেশনা নিদিয়ে। জিলা উপায়ুক্ত সকলকো কোনোধৰণৰ নীতি-নিৰ্দেশনা ৰাজ্য চৰকাৰে নিদিয়ে। কিন্তু ল’কডাউনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা আখৰে আখৰে পালন কৰিব লাগিব আৰু সামাজিক ব্যৱধানৰ নীতি-নিৰ্দেশনাটো মানি চলিব লাগিব।
  • কি কি খোলা থাকিব, বন্ধ থাকিব সেয়া ৰাজ্য চৰকাৰৰ নিৰ্দেশনত নহয়। কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশনাই সকলোৱে পালন কৰিব লাগিব।
  • কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ল’কডাউন মুকলি কৰা নকৰাক লৈ যি সিদ্ধান্ত আহিব সেয়া অহা ১৩ এপ্ৰিলৰ দিনা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পাছত সেয়া জনোৱা হ’ব।
  • আৰক্ষী আৰু স্বাস্থ্য সেৱা অধীনত কাম কৰাসকলক ৫০ লাখ টকাৰ বীমা সাহায্যৰ অধীনত অনা হৈছিল। আজিৰ কেবিনেটে এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিলে যে আৰক্ষী আৰু স্বাস্থ্য সেৱাৰ উপৰিও কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলৰো ৫০ লাখ টকাৰ বীমা সাহায্যৰ সুবিধা পাব।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd