• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডাঃ অনিন্দিতা পাটোৱাৰীৰ মৃত্যুত এতিয়াও শোকস্তব্ধ অসম; আৱেগিক হৈ স্বামীয়ে কি লিখিলে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 20, 2024 12:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিএমচিএইচৰ যুৱ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগত ৰাজ্যজুৰি এতিয়াও শোকৰ ছাঁ বিৰাজমান। এবছৰীয়া পুত্ৰৰ প্ৰথম জন্মদিনতে মাতৃৰ মৃত্যুৰ এই ঘটনাই মৰ্মাহত কৰিছিল পৰিয়াল আৰু আত্মীয়-স্বজনক।

প্ৰয়াত ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ সন্তানটোৰ নাম পোহৰ। পোহৰৰ জন্মদিনটোতেই পৃথিৱীৰ পৰা মেলানি মাগিলে মাতৃ অনিন্দিতা পাটোৱাৰীয়ে।

উল্লেখ্য যে, এগৰাকী মেধাৱী ছাত্ৰী হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল ডাঃ অনিন্দিতা পাটোৱাৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হৈছিল অনিন্দিতা পাটোৱাৰী। কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত যোৰহাট মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী লাভ কৰে অনিন্দিতাই।

Apply Now

২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল ডাঃ অনিন্দিতা পাটোৱাৰী আৰু ভাৰ্গৱ কলিতা। ২০২৩ৰ ৯ নৱেম্বৰত তেওঁলোকৰ জীৱনলৈ আহিছিল পুত্ৰ পোহৰ। যোৱা বছৰৰে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত কৰ্কট ৰোগ ধৰা পৰিছিল অনিন্দিতা পাটোৱাৰীৰ। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল অনিন্দিতা।

 

View this post on Instagram

 

A post shared by Bhargav Kalita (@bhargav070489)

সত্ৰীয়া, ভ’কেল ইত্যাদিত বিশাৰদ হৈ লণ্ডনত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছিল অনিন্দিতা পাটোৱাৰীয়ে।

কিন্তু কেনে আছে স্বামী,সন্তান সহিতে অনিন্দিতাৰ পৰিয়াল! অনিন্দিতাৰ আদ্যশ্ৰাদ্ধত স্বামী ভাৰ্গৱে দিছে এক আবেগিক পোষ্ট৷ভাৰ্গৱে লিখিছে- “আজি ১১ দিন হ’ল,এতিয়াও বিশ্বাস কৰিব পৰা নাই তুমি আৰু আমাৰ লগত নাই। তোমাৰ হাঁহিটোৱে আমাৰ সমগ্ৰ পৰিয়ালটোক পোহৰাই তুলিছিল, আৰু হাঁহিটো পোহৰৰ বাবে পোহৰ জিলিকি থাকিব। প্ৰতিবাৰেই তোমাৰ কথা ভাবিলেই আমাৰ সুন্দৰ দিনবোৰৰ কথা মনত পৰে, আৰু আমাৰ জীৱনত তোমাৰ অনুপস্থিতিৰ বাস্তৱিকতাৰ সৈতে সন্মুখীন হোৱাটো হৃদয়বিদাৰক।

এই যন্ত্ৰণাই মোক গোটেই জীৱন খেদি ফুৰিব, আৰু আমি এই ক্ষতি কিয় সহ্য কৰিবলগীয়া হ’ল মোৰ বাবে সাঁথৰ হৈ থাকিব। কিছুমান প্ৰশ্ন উত্তৰহীন হৈয়েই থাকে, আৰু তোমাৰ অনুপস্থিতি চিৰদিনৰ বাবে মোৰ হৃদয়ত ঘা হৈ থাকিব।

মই সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে তুমি য’তেই নাথাকা শান্তিত থাকা। অনুগ্ৰহ কৰি পোহৰলৈ আশীৰ্বাদ প্ৰেৰণ কৰি আমাৰ ওপৰত সদায় চকু ৰাখিবা।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd