• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উফ্! ঘূৰ্ণীবতাহৰ পৰা ৰক্ষা পৰিব অসমবাসী! ক্ৰমশঃ শাম কাটিছে ঘূৰ্ণী বতাহ ‘চিত্ৰাং’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2022 6:54 pm
Sitrang
172
VIEWS
Share on FacebookShare on Twitter

ক্ৰমশঃ শাম কাটিছে ঘূৰ্ণী বতাহ চিত্ৰাং। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ে সোমবাৰে জাননী যোগে জাৰি কৰে এই তথ্য। দেওবাৰে বঙ্গোপসাগৰৰ পৰা বাংলাদেশৰ বাৰিষাল উপকূল হৈ উত্তৰ আাৰু উত্তৰ-পূব দিশে বলিছিল এই ভয়াৱহ ঘূৰ্ণী বতাহ।

আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি দেওবাৰে ২১.৩০ ৰ পৰা ২৩.৩০ ৰ ভিতৰত ঘন্টাত ৮০ ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ সৰ্বাধিক গতিবেগত বলিছিল বতাহ। এই চৰকাৰী জাননীখনৰ মতে পৰৱৰ্তী ছয় ঘন্টাৰ ভিতৰত এই বতাহৰ চাপ উত্তৰ-পূব ফাললৈ আহি আহি ক্ৰমশঃ কমি আহিব বুলি জানিব পৰা গৈছে।

লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ে সতৰ্কতা জাৰি কৰিছে যে বাংলাদেশকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰৱৰ্তী ১২ ঘন্টালৈকে ২৫ ৰ পৰা ৪৫ কিলোমিটাৰ প্ৰতিঘন্টাত বতাহ বলি থকাৰ লগতে বৃষ্টিপাত হৈ থকাৰ সম্ভাৱনা আছে।

দেওবাৰে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা উত্তৰ-পূব ভাৰতৰ তিনিখন ৰাজ্য ক্ৰমে অসম, মেঘালয় আৰু ত্ৰিপুৰাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে বাকী চাৰি ৰাজ্য নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মিজোৰামত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল।

 

উত্তৰ পূৰ্বাঞ্চলত চিত্ৰাঙৰ আংশিক প্ৰভাৱৰ বিপৰীতে বিগত সময়ত বাংলাদেশত বিস্তৰভাবে ধন-জন ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে এতিয়ালৈকে বাংলাদেশৰ বিভিন্ন জিলাত প্ৰায় ২ লাখৰো অধিক লোক চিত্ৰাঙৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৯ গৰাকী লোকৰ প্ৰাণ গৈছে। এই ৯ গৰাকী মৃত ব্যক্তিৰ ভিতৰত আছে ছানজিদ আফ্রিদি নামৰ এটি ১১ মহীয়া শিশুও।

ইফালে ইয়াৰ প্ৰভাৱত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত মজলীয়া পৰিমাণৰ বৰষুণ হোৱাৰ লগতে ঠাই বিশেষে মধ্যমীয়া ধুমুহাৰ সৃষ্টি হৈছিল যদিও কোনো লোক হতাহত হোৱাৰ বাতৰি এতিয়ালৈকে অহা নাই।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd