• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ শীৰ্ষ বিষয়া মুকেশ আগৰৱালাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2018 8:28 am
ADGP-Law-Order-Mukesh-Agrawal-750x375

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা। ফটো : ফেচবুক

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত চলি থকা ‘ME TOO’ৰ ধুমুহাৰ মাজতে এইবাৰ অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। অসম আৰক্ষীৰ বৰ্তমানৰ অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃংখলা শাখাৰ) মুকেশ আগৰৱালাৰ বিৰুদ্ধে এই অভিযোগ আনিছে অসম আৰক্ষীৰে এগৰাকী শীৰ্ষ মহিলা বিষয়াই।

বৰ্তমান মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লীনা দলেই আগৰৱালাৰ বিৰুদ্ধে আনিছে এই অভিযোগ। ফেচবুক যোগে লীনা দলেই এই অভিযোগ আনি কৈছে, ‘ময়ো কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলা।‘

Apply Now

উল্লেখযোগ্য যে  ২০১২ চনত তদানীত্বন আৰক্ষী মহাপৰিদৰ্শক মুকেশ আগৰৱালাই লীনা দলেক অৱসৰ বিনোদনৰ বাবে যাবলৈ লগ ধৰিছিল৷ কিন্তু আগৰৱালাৰ সেই প্ৰস্তাৱ দলেই প্ৰত্যাখ্যান কৰিছিল। লীনাই মুকেশ আগৰৱালাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল আৰু তেওঁৰ অভিযোগৰ ভিত্তিত তদন্তৰ বাবে এক তদন্তকাৰী গোট গঠন কৰা হৈছিল।

Majuli-ASP-Leena-Doley-768x726
মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লীনা দলে।

আনহাতে, এই অভিযোগৰ ছয় মাহ পিছতে লীনাৰ স্বামীয়ে আত্মহত্যা কৰিছিল৷ অৱশ্যে তেওঁৰ এই অভিযোগৰ লগত স্বামীৰ আত্মহত্যাৰ সম্পৰ্ক স্পষ্ট হোৱা নাই। লীনা দলেই প্ৰকাশ কৰা তথ্য অনুসৰি তেওঁৰ স্বামীৰ আত্মহত্যাৰ দিনাই তদন্তকাৰী বিষয়া লীনাৰ ঘৰত আহি উপস্থিত হৈছিল। ইমলী চৌধুৰী সেই সময়ত ৰাজ্য চৰকাৰৰ সহকাৰী প্ৰধান সচিব হিচাপে কৰ্মৰত আছিল।

তদন্তকাৰী বিষয়া চৌধুৰীয়ে মুকেশ আগৰৱালাৰ বিৰুদ্ধে দিয়া অভিযোগৰ লগত লীনাৰ স্বামীৰ মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি লীনা দলেক আশ্বাস দিছিল। ইয়াৰ পিছৰ পৰ্যায়ত আগৰৱালাৰ বিৰুদ্ধে লীনা দলে দিয়া অভিযোগ এক ভুল বুজাবুজি বুলি খাৰিজ কৰা হৈছিল। তদুপৰি, তদন্তকাৰী বিষয়াৰ সন্মুখত আগৰৱালাই লীনা দলেক স্বামীৰ অজ্ঞাতে অৱসৰ বিনোদনৰ বাবে যাবলৈ লগ ধৰাৰ কথাও স্বীকাৰ কৰিছিল।

আনহাতে, লীনা দলেৰ বিৰুদ্ধে মুকেশ আগৰৱালাৰ পত্নীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এক মানহানিৰ গোচৰত দলেৰ পক্ষতে ৰায় দিছিল আদালতে। মুকেশ আগৰৱালাই এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই যদিও লীনা দলেই তেওঁৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি আশা প্ৰকাশ কৰিছে যে তেওঁৰ এই সাহসে এনে কাৰ্যৰ বিৰুদ্ধে আন বহুতকে আগবাঢ়ি আহিবলৈ সাহস দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd