• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত বিধেয়ক উত্থাপন নোহোৱাত ৰাজ্যজুৰি আনন্দ-উল্লাস

পাৰ্শ্বজ্যোতি গগৈ, ৰিদিপ শৰ্মা by পাৰ্শ্বজ্যোতি গগৈ, ৰিদিপ শৰ্মা
February 13, 2019 10:57 pm
শিৱসাগৰত আতচবাজী ফুটাই বিজয় উল্লাস পালনৰ দৃশ্য

শিৱসাগৰত আতচবাজী ফুটাই বিজয় উল্লাস পালনৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত উত্তৰ-পূবৰ লগতে সমগ্ৰ অসমতে বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীকে ধৰি সাধাৰণ নাগৰিকসকল উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

শিৱসাগৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত নোহোৱাত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পালন কৰা হয় আনন্দ-উৎসৱ। আজি আবেলি অসম ছাত্ৰ যুৱ সন্মিলনে শিৱসাগৰৰ দ’লমুখ চাৰিআলিত অসমীয়াৰ স্বাভিমানৰ বিজয় উৎসৱ পালন কৰে।

Apply Now
শিৱসাগৰৰ দৃশ্য

 

সংগঠনটোৰ নেতা কৰ্মীৰ লগতে জাতিক ভালপোৱা সকলো লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সংগঠনটোৱে নগৰৰ ষ্টেশ্যন চাৰিআলিত ঢোল পেঁপা বজাই বিহু গাই আনন্দ উল্লাসেৰে শোভাযাত্ৰা কৰি দ’লমুখ চাৰিআলিত দীৰ্ঘসময় ধৰি বিহুনৃত্যৰে আনন্দত আত্মহাৰা হৈ পৰে।

তেওঁলোকৰ এই কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ঐক্য সেনা অসমৰ নেতা কৰ্মীসকলেও অংশগ্ৰহণ কৰি ফটকা ফুটাই নৃত্যগীতেৰে পৰিবেশ আনন্দময় কৰি তোলে।

ইয়াৰোপৰি আছু কৰ্মীসকলেও নগৰখনৰ বৰ্ডিং ৰোডত থকা শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আতচবাজী ফুটাই বিজয় উৎসৱ পালন কৰে।

কলিয়াবৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাত আজি সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰটো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

কলিয়াবৰৰ দৃশ্য

বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাৰ খবৰ পোৱা মাত্ৰকে কলিয়াবৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে আতচবাজি ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে।

আছুৰ কেন্দ্ৰীয় উপ সভাপতি মণি মাধৱ মহন্তৰ উপস্থিতিত ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে বিজেপি গ’ বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, অসম চৰকাৰ কাম নাই, নৰেন্দ্ৰ মোদী হুচিয়াৰ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

আছুৰ এই বিজয় উৎসৱত কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় সচেতন ৰাইজেও অংশগ্ৰহণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ, ৰিদিপ শৰ্মা

পাৰ্শ্বজ্যোতি গগৈ, ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd