• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট অলিম্পিক গেইমছত অংশগ্ৰহণৰ বাবে মণিপুৰলৈ ৰাওনা অসম মহিলা ফুটবল দল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 11:57 am
Khuman_Lampak_Main_Stadium

নৰ্থ-ইষ্ট অলিম্পিক গেমছ অনুষ্ঠিত হ’ব লগীয়া ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়াম। ফাইল ফটো : ইন্টাৰনেটৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৪-২৮ অক্টোবৰলৈ মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট অলিম্পিক গেইমছ। মণিপুৰ অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে মণিপুৰলৈ ৰাওনা হৈছে অসম ৰাজ্যিক ছিনিয়ৰ মহিলা ফুটবল দলটো।

উল্লেখযোগ্য যে যোৱা ১৯, ২০ আৰু ২১ অক্টোবৰত মৰাণত অনুষ্ঠিত হোৱা বাছনি শিৱিৰৰ পৰাই অসমৰ এই মহিলা ফুটবল দলটো গঠন কৰা হৈছে। গহপুৰত সদ্য সমাপ্ত আন্তঃজিলা ছিনিয়ৰ মহিলা টুৰ্ণামেণ্টত উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়োৱা খেলুৱৈসকলৰ দ্বাৰাই মূলতঃ এই মহিলা দলটো গঠন কৰা হৈছে।

Apply Now

অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্তই ঘোষণা কৰা ষোল্লজনীয়া দলটো – অঞ্জনা শইকীয়া, সৌমশ্ৰী বড়ো (গ’লৰক্ষক), কণিকা ব্ৰহ্ম, চাবিনা কিছপতা, ভবানী কুমাৰ, সীমা বড়ো, ফুমা নাৰ্জাৰী, নিলম দাস (ৰক্ষণ বিভাগ), মৃণালী বৰা, সঞ্জলী কেম্প্ৰাই, চ’নিয়া মাৰাক, প্ৰণিতা টায়ে (মিড ফিল্ডাৰ), মীনা বসুমতাৰী, সুনীলা বসুমতাৰী, সোৱণশিৰি বড়ো আৰু অঞ্জলি ডেকা (ফৰৱাৰ্ড)। দলটোৰ মুখ্য প্ৰশিক্ষক মিণ্টু বৰগোহাঁই (নাজিৰা) আৰু মেনেজাৰ সঞ্জীৱ বৰুৱা (মৰাণ)।

অসমৰ এই ফুটবল দলটোত কোকৰাঝাৰৰ সাতগৰাকী, কাৰ্বি আংলঙৰ দুগৰাকী, ৰঙিয়াৰ দুগৰাকী, যোৰহাটৰ দুগৰাকী, মঙলদৈ, তিতাবৰ আৰু মৰাণৰ এগৰাকীকৈ খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই অংশগ্ৰহণ কৰিব। ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে দলবোৰ আজি ইম্ফলত উপস্থিত হ’ব।

ইফালে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট অলিম্পিক গেইমছত ১২টা ইভেণ্ট থাকিব। ইভেন্টসমূহ হ’ল এথলেটিকছ, আৰ্চাৰী, বক্সিং, ফুটবল, টাইকোৱানডো, টেবুল টেনিছ, ভাৰোত্তোলন, উশ্বু, বেডমিণ্টন, জুডো, কাৰাটে আৰু শ্বুটিং।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd