DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মধ্যাহ্ন ভোজন’ এন জি অ’ক সঁপাৰ ‘সিদ্ধান্ত’ চৰকাৰৰ, শিৱসাগৰত প্ৰতিবাদ থলুৱা মহিলাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 18, 2019 8:48 pm
Assam workers protest against Govt decision of transferring Mid-day meal duty to NGO

শিৱসাগৰত প্ৰতিবাদী মধ্যাহ্ন ভোজন কৰ্মীসকল। ছবি- নৰ্থ ইষ্ট নাও।

1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজহুৱা বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্বৰ পৰা থলুৱা মহিলাক গুচাই অহা ১ এপ্ৰিলৰ পৰা বেচৰকাৰী সংস্থাক সঁপিবলৈ চৰকাৰে লোৱা “সিদ্ধান্ত”ৰ বিৰুদ্ধে শিৱসাগৰত ধাৰাৱাহিক প্ৰতিবাদত বহিছে কৰ্মীসকল।

যোৱা ১৬ মাৰ্চৰ পৰা মঙলবাৰলৈকে শিৱসাগৰৰ জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটত বহা কৰ্মীসকলে এই “হঠকাৰী সিদ্ধান্ত” প্ৰত্যাহাৰৰ বাবে বিজেপি চৰকাৰক দাবী জনাইছে।

“আমি মাত্ৰ ৩৩ টকা দিন হাজিৰাত স্কুলত ৰান্ধনীৰ কাম কৰি পৰিয়াল পোহপাল দি আছো। চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক,” নৰ্থ ইষ্ট নাও-ত মন্তব্য কামৰ নিৰাপত্তাহীনতাত ভোগা এগৰাকী কৰ্মীৰ।

চৰকাৰে ১ এপ্ৰিলৰ পৰা বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব ঘনশ্যাম সেৱা সমিতি নামৰ এটা বহিৰাগত স্বেচ্ছাসেৱী অনুষ্ঠানৰ হাতত অৰ্পণ কৰিব বিচাৰিছে, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী ইউনিয়নৰ অভিযোগ।

কৰ্মীসকলে দাবী কৰা মতে বিদ্যালয়ৰ পৰা ২৫ কিলোমিটাৰ ব্যাসাৰ্ধ্বৰ ভিতৰত থাকিবলগা ৰন্ধনশালৰ পৰা মধ্যাহ্ন ভোজন বিতৰণ কৰিব এন জি অ’টোৱে।

সংগঠনটোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত কেইবাশও কৰ্মীয়ে চাৰিদিনীয়া ধৰ্মঘটটোত অংশগ্ৰহণ কৰে।

Recent News

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

Sharath Kamal Commonwealth Games

বাৰ্মিংহামত শৰৎ কমলৰ স্বৰ্ণিল যাত্ৰা: চিংগলছত জয়েৰে অৰ্জন তৃতীয়টো স্বৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd