• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বহীদক অপমান!: স্বল্পখ্যাত বিতৰ্কিত লেখিকা শিখা শর্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 8, 2021 11:33 am
WhatsApp-I
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যমত সততে বিতৰ্কিত পোষ্ট কৰি প্ৰায়ে ট্ৰ’লৰ সন্মুখীন হৈ অহা স্বল্পখ্যাত বিতৰ্কিত লেখিকা শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

উল্লেখ্য যে দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদক অপমান কৰাৰ অভিযোগত বিতৰ্কিত স্বল্পখ্যাত লেখিকাগৰাকীক মংলগবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পাণবজাৰ মহিলা আৰক্ষী থানালৈ হস্তান্তৰ কৰিছিল।

Apply Now

পাণবজাৰ মহিলা আৰক্ষীয়ে বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু শিখা শৰ্মাই ১৪ দিন কাৰাগাৰতে থাকিব লাগিব। ১৪ দিন কাৰাগাৰত কটোৱাৰ পিছতহে শিখা শৰ্মাই অন্তৱৰ্তীকালী জামিনৰ বাবে আদালতত আবেদন কৰিব পাৰিব।

যোৱা ৩ এপ্ৰিলত ছট্টিশগড়ত মাওবাদী আক্ৰমণত ২৪ জনকৈ নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ পিছতে ৫ এপ্ৰলিত শিখা শৰ্মাই নিজা ফেইচবুক ৱালত এক বিতৰ্কিত মন্তব্য পোষ্ট কৰিছিল।

“দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়। তেনেকৈ হ’লে বিদ্যুৎস্পৃষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম।” শিখা শৰ্মাই পোষ্টত এইদৰে লিখিছিল।

ইয়াৰ পিছতে দুগৰাকী বিজেপি কৰ্মী তথা অধিবক্তাই দিছপুৰ আৰক্ষী থানাত শিখা শৰ্মাই শ্বহীদক অপমান কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল।

এই অভিযোগ পোৱাৰ পিছত দিছপুৰ আৰক্ষীয়ে শিখা শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৪৫ (অৱশিষ্ট জৰিমনা)ৰ সৈতে ১২৪ক (দেশদ্ৰোহ), ২৯৪ক (কাৰ্যালয়ত লটাৰী ৰখা), ৫০০ (মানহানি) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু কৰি মংগলবাৰে সন্ধিয়া স্বল্পখ্যাত লেখিকাগৰাকীক গ্ৰেপ্তাৰ কৰে।

শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ নিক্ষেপ কৰাৰ পিছত ৰাজ্যৰ লগতে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ লেখিকাগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ ধাৰা প্ৰয়োগ কৰাত এই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শিখা শৰ্মাক গণধৰ্ষণৰ ভাবুকি প্ৰদান কৰাৰ লোকৰ বিৰুদ্ধে লেখিকাগৰাকী আৰক্ষী দ্বাৰস্থ হ’লেও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলিও একাংশই মন্তব্য কৰিছে সামাজিক মাধ্যমত।

আনহাতে সচেতন একাংশ লোকে ২০১৭ চনৰ এক আৰটিআই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শ্বহীদ সম্পৰ্কে দিয়া স্পষ্টীকৰণৰ বিষয়ে উল্লেখ কৰি শিখা শৰ্মাক কাৰাগাৰলৈ নিক্ষেপ কৰাটোক চৰকাৰৰ হঠকাৰিতা বুলিও ক’ব খুজিছে।

উল্লেখ্য যে ২০১৭ চনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উক্ত উত্তৰটোত সেনা বা আৰক্ষীত ‘martyr’ বা ‘শ্বহীদ’ বুলি কোনো শব্দ নাই আৰু তাৰ পৰিৱৰ্তে কৰ্তব্যত নিহত হোৱা এজন সৈনিক বা আৰক্ষীক ‘যুদ্ধ হতাহত’ বা ‘অভিযানত হতাহত’ বুলি কোৱা হৈছিল।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd