• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত ফল্ডিং অসমীয়া ফুলাম জাপি সাজি উলিয়াইছে অসমৰ এজন যুৱকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 1, 2020 10:56 pm

1 min read

ল’কডাউনৰ সময়ত ফল্ডিং অসমীয়া ফুলাম জাপি সাজি উলিয়াইছে অসমৰ এজন যুৱকে
3.1k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত গুৱাহাটীৰ ৰূপাংকৰ ভট্টাচাৰ্য্য নামৰ এগৰাকী যুৱকে ফল্ডিং অসমীয়া ফুলাম জাপি প্ৰস্তুত কৰি উলিয়াইছে।

কোভিড-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ল’কডাউন ঘোষণা কৰাৰ ফলত ঘৰত থাকিবলগীয়া হোৱাৰ সময়তে তেওঁৰ মনলৈ ফল্ডিং ফুলাম জাপিৰ আৰ্হি নিৰ্মাণৰ কথা মনলৈ আহে।

অসমৰ হস্তশিল্প সমূহক বাণিজ্যিকীকৰণৰ বাবে ৰূপাংকৰে নেচাৰ কনজাৰভেশ্যনৰ সৈতে মিলি ছমাহ পূৰ্বে আৰ্থ ক্ৰাফ্ট নামৰ এটা ষ্টাৰ্ট আপ ব্যৱসায় আৰম্ভ কৰিছিল।

স্বেচ্ছাসেৱী সংস্থাটোৱে ৰূপাংকৰক ফুলাম ফল্ডিং জাপি নিৰ্মাণ কৰাৰ বাবে উৎসাহিত কৰিছিল।

উল্লেখযোগ্য যে, অসমীয়া মানুহে প্ৰায়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ফুলাম জাপি অতিথি সকলক উপহাৰ হিচাপে দি আহিছে।

বহু সময়ত দুৰণিৰ অতিথি সকলে ঠাইৰ অভাৱত ফুলাম জাপি নিজ ঠাইলৈ কঢ়িয়াই নিবলৈ অসমৰ্থ হয়।

ফল্ডিং ফুলাম জাপি নিৰ্মাণ কৰাৰ ফলত সেই সমস্যা আঁতৰ হ’ব বুলিও ৰূপাংকৰে মত ব্যক্ত কৰে।

যিকোনো সামগ্ৰীৰ দ্বাৰা ফুলাম ফল্ডিং জাপি আটক ধুনীয়াকৈ প্ৰস্তুত কৰিব পাৰি বুলিও ৰূপাংকৰে লগতে কয়।

ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত অসমীয়া ফুলাম জাপিৰ বহুল সমাদৰ আছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd