• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত বিশ্বজিৎ বৰাৰ ‘গড অন দ্যা বেলকনি’ৰ অফিচিয়েল টেইলাৰ উন্মোচন

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 4, 2021 10:15 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ৰয়েল বেংগল টাইগাৰ শীৰ্ষক বঁটাৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসমীয়া ছবি গড অন দ্যা বেলকনি, অৰ্থাৎ বেলকনিত ভগৱান ছবিখনৰ অফিচিয়েল টেইলাৰ মুকলি হ’ল যোৰহাটত।

বুধবাৰে যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাটৰ বহু সাংস্কৃতিক কৰ্মীৰ উপস্থিতিত ছবিখনৰ টেইলাৰ মুকলি কৰা হ’য়।

Apply Now

দেৰগাঁৱৰ মাইনা প্ৰডাকশ্যনৰ বেনাৰত প্ৰযোজক নুৰুল চুলতানৰ প্ৰযোজনাত বিশিষ্ট পৰিচালক বিশ্বজিৎ বৰাৰ বলিষ্ঠ পৰিচালনাৰে গড অন দ্যা বেলকনি-এ ইতিমধ্যে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে কেৰেলাত অনুষ্ঠিত হোৱা কেৰেলা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ ইণ্ডিয়ান চিনেমা নাও প্ৰতিযোগিতা শাখাৰ বাবে আমন্ত্ৰিত হৈছে।

এই মহোৎসৱখন ১০ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈকে অনুষ্ঠিত হ’ব। ইয়াৰোপৰি ১৯ সংখ্যক ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০২১ আৰু কানাডাৰ টৰন্ট’ত অনুষ্ঠিত হ’বলগীয়া অল্টানেটিভ চলচ্চিত্ৰ মহোৎসৱত ২০২০ৰ শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ ড্ৰামা ছবি, শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে বিশ্বজিৎ বৰাই মনোনয়ন লাভ কৰিছে।

একেলগে স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত হ’বলগীয়া ইমাজিন ইণ্ডিয়া আন্তৰ্জাতিক মহোৎসৱৰ মূল প্ৰতিযোগিতাত বিভাগতো অংশ ল’ব গড অন দ্যা বেলকনি-এ।

ই নিশ্চয়কৈ অসমৰ বাবে অতি গৌৰৱৰ কথা। মুম্বাই ছবিজগতত পৰা অসমীয়া ছবি বহ্নিমান, ৰক্তবীজ তথা ফেহুজালি আদি বহু অভিজ্ঞতাৰে এক সুকীয়া কলাসুলভ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হোৱা বিশ্বজিৎ বৰা আশাবাদী যে গড অন দ্যা বেলকনি-এ এক অনন্য যাত্ৰাৰে অসমক বিশ্ব দৰবাৰত বিশেষ মাত্ৰা প্ৰদান কৰিব।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd