• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰৰ ভয়ংকৰ বোমা বিস্ফোৰণত নিহতসকলৰ মাজত অসমৰ একাধিক জোৱান!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2019 10:50 pm

1 min read

Jammu and Kasmir

আজিৰ বিস্ফোৰণটোৰ পিছৰ এটা দৃশ্য। ফটোৰ উৎস : ইণ্টাৰনেট।

2.4k
VIEWS
Share on FacebookShare on Twitter

আজি জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহত প্ৰায় ৪০জন চি আৰ পি এফ জোৱানৰ মাজত অসমৰ একাধিক জোৱান আছে বুলি খবৰ ওলাইছে।

অৱশ্যে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক যোগাযোগ কৰাত এই খবৰ নিশ্চিত কৰিবলৈ যোগাযোগ কৰি থকা বুলিহে আমাক জানিবলৈ দিয়ে।

আনহাতে পলুৱামাৰ আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় কাকতবোৰে দিয়া বাতৰি মতে, জম্মুত থকা ট্ৰেনজিত কেম্পৰ পৰা ৭৮খন গাড়ীত মুঠ ২৫৪৭জন জোৱান শ্ৰীনগৰলৈ গৈ থকা অৱস্থাতে বিস্ফোৰণটো ঘটায় আত্মঘাতী বোমাৰুজনে।

ইতিমধ্যে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ।

ইপিনে ভয়ংকৰ বিস্ফোৰণটোত জোৱানসকলৰ শৰীৰৰ সৈতে ছিন্ন-ভিন্ন হৈ পৰা বাছখনত যোৱা বুলি দাবী কৰা জোৱানসকলৰ এখন তালিকা ছ’চিয়েল মিডিয়াত বাগৰি ফুৰিছে, য’ত এম বসুমতাৰী আৰু নাছিৰ আহমেদ নামৰ অসমৰ দুজনৰ নাম দেখা গৈছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd