DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাড়গিলাৰ প্ৰতি সজাগতাৰ সৃষ্টি অভিনৱ প্ৰয়াস! : হাড়গিলা আৰ্হিৰে নিৰ্মাণ থলুৱা অসমীয়া গহনা

হিৰণ্য বৰ্মন by হিৰণ্য বৰ্মন
October 7, 2020 6:28 pm
Hargila-1-750x375
264
VIEWS
Share on FacebookShare on Twitter

নতুন ৰূপত উদ্ভাসিত হৈ উঠিছে অসমীয়া পৰম্পৰাগত অলংকাৰ।

এইবাৰ অসমীয়া থলুৱা গহনাত দেখা গৈছে হাড়গিলা আৰ্হিৰ এক নতুন কাৰুকাৰ্য।

প্ৰকৃতি তথা হাড়গিলা সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই নতুন গহনাবিধ নিৰ্মাণ কৰি উলিয়াইছে অসমীয়া পৰম্পৰাগত গহনা নিৰ্মাণ প্ৰতিষ্ঠান প্ৰজাপতিয়ে।

আৰু এই গহনাৰ হাড়গিলা আৰ্হি প্ৰস্তুত কৰিছে পল্লৱী হাজৰিকাই।

উল্লেখ্য যে গ্ৰীণ অস্কাৰ বিজয়ী অসমীয়া যুৱতী পূৰ্ণিমা দেৱী বৰ্মনে প্ৰকৃতি তথা হাড়গিলা সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে অলংকাৰ নিৰ্মাতা প্ৰতিষ্ঠানবোৰক এনে আৰ্হিৰ গহনা নিৰ্মাণৰ বাবে অনুৰোধ কৰি আহিছিল।

অলংকাৰ নিৰ্মাণ প্ৰতিষ্ঠান প্ৰজাপিতয়ে এনে অনুৰোধৰ পৰিপ্ৰেক্ষিততে থলুৱা গহনাক নতুন আৰ্হিৰে অৰ্থাৎ হাড়গিলাৰ আৰ্হিৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু এই গহনাৰ প্ৰতি ক্ৰেতাৰো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

ইয়াৰ দ্বাৰা হাড়গিলা সংৰক্ষণৰ সজাগতাৰৰো সৃষ্টি হৈছে দেখা গৈছে।

“হাড়গিলা সংৰক্ষণৰ ওপৰত গণ সজাগতা সৃষ্টি কৰিবলৈ বহু পন্থা গ্ৰহণ কৰিব পাৰি। মোৰ ধাৰণা যে ঐতিহ্যৰ সৈতে একত্ৰিত কৰা এই পন্থাই এনে সজাগতাক প্ৰতিটো পৰিয়াললৈ আগবঢ়াই নিব।” গ্ৰীণ অস্কাৰ বিজয়ী আৰু আৰণ্যকৰ সৈতে জড়িত পূৰ্ণিমা দেৱী বৰ্মনে নৰ্থ ইষ্ট নাওক কয়।

উল্লেখ্য যে হাড়গিলা সংৰক্ষণৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পূৰ্ণিমা দেৱী বৰ্মনে ইয়াৰ পূৰ্বেও এনে আৰ্হি বিভিন্ন মাধ্যমত ব্যৱহাৰ কৰি আহিছে।

অসমীয়া মেখেলা-চাদৰতো হাড়গিলা সংৰক্ষণৰ সজাগতা সৃষ্টিৰে ইতিপূৰ্বে হাড়গিলাৰ আৰ্হি প্ৰস্তুত কৰি আহিছে বৰ্মনে।

বৰ্মনে জনোৱা অনুসৰি তেওঁৰ এই প্ৰচেষ্টাত ১০ হাজাৰো অধিক গ্ৰামীণ মহিলা জড়িত হৈ আছে। আৰু এই মহিলাসকলক হাড়গিলা সংৰক্ষণৰ সেনানীৰূপে অংগীকাৰৱদ্ধ কৰি তোলা হৈছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd