• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অক্ষৰ ফাউণ্ডেশ্যনৰ ‘গ্ৰীণ স্কুল’ৰ সমৰ্থনত আমেৰিকাত প্ৰবাসী অসমীয়াৰ ৱাক-এ-থন (Walk-A-Thon)

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2019 10:19 pm
afna

এএফএনএ

1.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ অক্ষৰ ফাউণ্ডেশ্যনৰ গ্ৰীণ স্কুলৰ পদক্ষেপ হিচাপে বিদ্যালয়ৰ মাচুলৰ পৰিৱৰ্তে প্লাষ্টিক সংগ্ৰহ কৰা অভিযানলৈ সমৰ্থন আগবঢ়াইছে আমেৰিকাত বাস কৰা প্ৰবাসী অসমীয়া সকলে।

নিউ জাৰ্চিস্থিত আছাম ফাউণ্ডেশ্যন অব নৰ্থ আমেৰিকা (এন এফ এন এ) নামৰ এটা বেচৰকাৰী সংস্থাই দেওবাৰে প্ৰথমবাৰৰ বাবে অক্ষৰ ফাউণ্ডেশ্যনৰ মহান প্ৰয়াসৰ প্ৰতি আগবাঢ়ি আহি এক অনুষ্ঠান আয়োজনৰ আয়োজন কৰে।

নিউজাৰ্চিৰ প্লেইনছবোৰোৰ মেয়ৰেও সম্পুৰ্ণভাৱে অনুষ্ঠানটোলৈ সমৰ্থন আগবঢ়াই।

অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে আমেৰিকাত অনুষ্ঠিত কৰা অনুষ্ঠানতটো ডেকা, বুঢ়া, ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বৰ্গৰ লোকে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলে।

নিউ জাৰ্চিৰ মোৰিছ ডেভিছন পাৰ্কত দেওবাৰে ৰাতিপুৱা ১০.৩০ বজাত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে ৫ কিলোমিটাৰ খোজ কাঢ়ি এটা সমদলো উলিয়াই আৰু ব্ৰেকফাষ্ট গ্ৰহণ কৰি ইয়াৰ সামৰণি মাৰে।

উক্ত অনুষ্ঠানত উত্তৰ আমেৰিকা আৰু অসমৰ মাজত বুজাবুজিৰ মাধ্যমেৰে কাম কৰি আগবঢ়ি যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, অক্ষৰ ফাউণ্ডেশ্যন হৈছে এটা বেচৰকাৰী সংস্থা যিয়ে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে।

এই ফাউণ্ডেশ্যনটোৱে পৰিচালনা কৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বিদ্যালয়ৰ মাচুলৰ পৰিৱৰ্তে প্ৰতি সপ্তাহত প্লাষ্টিক লোৱা হয়।

‘বিদ্যালয়ৰ মাচুল হিচাপে প্লাষ্টিক’ শীৰ্ষক অভিযানৰ বাবে অক্ষৰ ফাউণ্ডেশ্যনে অলপতে সংবাদ শীৰ্ষ দখল কৰিছিল।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd