• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশ নহয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ আহ্বান জুবিন গাৰ্গৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2019 9:46 am
ইন্টাৰনেটৰ পৰা সংগৃহীত জুবিন গাৰ্গৰ আলোকচিত্ৰ

ইন্টাৰনেটৰ পৰা সংগৃহীত জুবিন গাৰ্গৰ আলোকচিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুলৱামাত চি আৰ পি এফৰ জোৱানৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে কৰা আত্মঘাটী আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কণ্ঠশিল্পী জুবিন গাৰ্গে দেশৰ বিৰুদ্ধে নহয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে আহ্বান জনায়।

শুকুৰবাৰে সাংবাদিকৰ আগত পুলৱামাৰ ঘটনা অত্যন্ত দুখজনক আৰু বৰ্বৰ বুলি উল্লেখ কৰি জুবিনে চৰকাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবে কয়। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত চহিদ হোৱা চি আৰ পি এফৰ বীৰ জোৱান আৰু পৰিয়ালবৰ্গলৈও জুবিনে সমবেদনা জ্ঞাপন কৰে।

Apply Now

আনহাতে, সেনা বাহিনীক সম্পুৰ্ণ ক্ষমতা দিয়াৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কয় যে সেনা বাহিনীক সম্পুৰ্ণ ক্ষমতা দিলে মাজে সময়ে কথাটো ওলোটা হৈ যায়, মণিপুৰত তেনে ঘটনা হৈছিল যাৰবাবে ওলোটা আন্দোলন কৰিব লগা পৰিবেশৰ সৃষ্টি হৈছিল।

কাশ্মীৰৰ পৰিবেশ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি জুবিনে সৰুৰে পৰা তেওঁ কাশ্মীৰৰ সমস্যাৰ কথাই শুনি আহিছে বুলি উল্লেখ কৰে। পূৰ্বতে অসমতো কিছু এনেধৰণৰ সমস্যা আছিল যদিও এতিয়া পৰিবেশ সলনি হ’ল বুলি মন্তব্য কৰে কণ্ঠশিল্লী গৰাকীয়ে।

আনহাতে, সন্ত্ৰাসবাদৰ কোনো জাতি বা ধৰ্ম নাই বুলি উল্লেখ কৰি জুবিনে সদায় ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু প্ৰয়োজনত নিজৰ মানুহৰ লগতো তেওঁ সন্ত্ৰাসবাদৰ বিৰোধিতাৰে কাজিয়া কৰিছে বুলি কয়।‘‘মই ৰাজনীতি কৰা বা চৰকাৰৰ মানুহ নহয় কিন্তু গান আৰু চিনেমাৰে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰি যাম’’ এইদৰে জুবিনে সাংবাদ মাধ্যমৰ আগত নিজৰ মনোভাব ব্যক্ত কৰে।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধ ঘোষণা কৰা উচিত নে বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত যুদ্ধৰ বিৰোধিতা কৰি জুবিনে যুদ্ধক কেতিয়াও তেওঁ সমৰ্থন নকৰে বুলি কয়। ভাৰতে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে আৰু এই ক্ষেত্ৰত ভাৰতে পাকিস্তান, আফগানিস্তান কালৈকো ভয় নকৰে বুলি জুবিনে সাংবাদিকৰ আগত মতপ্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd