• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি; ইউনেস্ক’ৰ আনুষ্ঠানিক ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2024 2:29 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ঐতিহাসিক চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰত তালিকাত সাংস্কৃতিক সম্পত্তিৰ শিতানত স্থান দিয়া হৈছে। এই স্বীকৃতিয়ে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্যক উজ্জ্বল কৰি তোলা অসম আৰু দেশৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত আনন্দ প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী, ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতি, আৰু অসমবাসীক এই সাফল্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

পিৰামিড সদৃশ গঠনেৰে চিহ্নিত অনন্য সমাধিস্থল ‘মৈদাম’ টাই-আহোম বংশৰ আৰু ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য গভীৰ। এই অন্তৰ্ভুক্তিয়ে ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি বৃদ্ধি কৰাই নহয় উত্তৰ-পূব অঞ্চলৰ অনন্য সাংস্কৃতিক কীৰ্তিসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।

Apply Now

ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ পৰা এই সন্মান লাভ কৰা প্ৰথমটো সাংস্কৃতিক স্থান হিচাপে ‘মৈদাম’ৰ স্বীকৃতিয়ে অসমৰ পৰা অধিক সাংস্কৃতিক চিহ্ন আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু সুৰক্ষা লাভ কৰাৰ পথ প্ৰশস্ত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

November 24, 2026 5:50 pm
ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

November 24, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd