• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্টাৰনেট সেৱা বেয়া : আজি ১০:৩০ বজাত হ’ব লগীয়া পোষণ অভিযানৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ পৰা বাদ ধেমাজি জিলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 11, 2018 8:26 am

2 min read

ইণ্টাৰনেট সেৱা বেয়া : আজি ১০:৩০ বজাত হ’ব লগীয়া পোষণ অভিযানৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ পৰা বাদ ধেমাজি জিলা
224
VIEWS
Share on FacebookShare on Twitter

ডিজিটেল ইণ্ডিয়াৰ শ্ল’গানক সততে ব্যৱহাৰ কৰা প্ৰধান মন্ত্ৰী মোদীৰ আজিৰ পোনপটীয়া বাৰ্তালাপৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচী এটাৰ পৰা অসমৰ ধেমাজি জিলাক বাদ দিব লগীয়া হয়।

আজি ১০:৩০ বজাৰ এই কাৰ্য্যসূচীটোত প্ৰধান মন্ত্ৰী মোদীয়ে ধেমাজি জিলাৰ এগৰাকী আশা কৰ্মী, এগৰাকী এ এন এম আৰু এগৰাকী অংগনবাড়ী কৰ্মী, মুঠ তিনিগৰাকী স্বাস্থ্য-পুষ্টি কৰ্মীৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ কথা আছিল। কিন্তু জিলাখনত ইণ্টাৰনেট সেৱাৰ পুতৌ লগা অৱস্থাৰ বাবে ভিডিঅ’ ক’নফাৰেন্সিং সম্ভৱ নহ’ব বাবে শেষ মুহূৰ্তত এই কাৰ্য্যসূচীৰ পৰা ধেমাজিক বাদ দিয়া হয় বুলি জানিব পৰা গৈছে। ঘটনাটোৱে জিলাখনৰ সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে বিশেষকৈ শিশু, গৰ্ভৱতী মাতৃ, তথা কেঁচুৱা থকা মহিলাসকলৰ পুষ্টি আৰু স্বাস্থ্যৰ দিশটোৰ উন্নত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে পোষণ অভিযান নামৰ এখন আঁচনি মুকলি কৰিছিল যোৱা ৮ মাৰ্চত। আনহাতে ছেপ্তেম্বৰ মাহটোক কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মিশ্যনে পোষণ মাহ (পুষ্টিৰ মাহ) হিচাপে ঘোষণা কৰিছে।

সেই উপলক্ষে আজি ১০:৩০ বজাত প্ৰধান মন্ত্ৰী মোদীয়ে গোটেই দেশৰে ভালেমান আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, স্বাস্থ্যকৰ্মীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পোনপটীয়াভাৱে কথা পাতিব। এই ভিডিঅ’ কনফাৰেন্সিঙৰ তালিকাত দেশৰ ১৪খন জিলাৰ ভিতৰত অসমৰ ধেমাজি জিলাকো নিৰ্বাচন কৰা হৈছিল।

এই অনুষ্ঠানটো জিলা আৰু ব্লক পৰ্যায়ত সকলো কৰ্মীকে চাবলৈ আৰু ভিডিঅ’ ক’নফাৰেন্সৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ সৈতে হোৱা কথোপকথন অনুষ্ঠানত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন অসমৰ সঞ্চালকে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd