• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেৱদূতৰূপী চিকিৎসকৰ স্পৰ্শত হাফলঙত চলন্ত ৰে’লতে পৃথিৱীৰ বুকুলৈ এটি কন্যা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 10, 2019 8:26 pm
Assam's Dima Hasao woman delivers baby inside moving train!

ৰে’লতে সন্তান প্ৰসৱ কৰা মহিলাগৰাকীৰ সৈতে হাফলং ৰে’ল ষ্টে’চনত চিকিৎসককেইগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জননী সুৰক্ষা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্যতম উদ্দেশ্য। কিন্তু স্বাস্থ্য কেন্দ্ৰত চিকিৎসকহীনতাৰ দৰে গুৰুতৰ ব্যৱস্থাগত ত্ৰুটিয়ে শুকুৰবাৰে ৰে’লতে প্ৰসৱ কৰিব লগা পৰিস্থিতিলৈ ঠেলি দিয়ে মাইবাঙৰ এগৰাকী মহিলাক।

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলী আৰু কাষৰীয়া অঞ্চলৰ প্ৰসূতিয়ে ৰাস্তাত সন্তান জন্ম দিয়াৰ ঘটনাই ৰাজ্য জোকাৰি যোৱাৰ পিছত এইবাৰ মাইবাঙৰ নমিতা লংমাইলাই নামৰ মহিলাগৰাকীয়ে প্ৰসৱ কৰিছে শিলচৰ-গুৱাহাটী ফাষ্ট পেছেঞ্জাৰ ৰে’লত।

Apply Now

নিজ ঠাইত চিকিৎসক নথকা বাবে অন্তঃসত্বা মহিলাগৰাকীয়ে পতি এছ লংমাইলাইৰ সৈতে হাফলঙলৈ বুলি যাত্ৰা কৰিছিল। তেওঁলোকৰ ঘৰ পাহাৰীয়া ডিমা হাচাওৰ দাওটোহাজাৰ চবুজৈ।

কিন্তু ৰে’লত উঠাৰ পিছতে মহিলাগৰাকীৰ প্ৰসৱ যন্ত্ৰণা আৰম্ভ হয় আৰু তেওঁ এজনী কন্যা সন্তান জন্ম দিয়ে।

সৌভাগ্যক্ৰমে ৰে’লখনত আছিল শিলচৰ মে’দিকেল কলেজ আৰু চিকিৎসালয়ৰ চিকিৎসক-শিক্ষাৰ্থী।

মহিলাগৰাকীৰ প্ৰসৱ যন্ত্ৰণা দেখি চিকিৎসককেইগৰাকী আগবাঢ়ি অহাত ৰে’লতে কোনো হানি-বিঘিনি নঘটাকৈ মহিলাগৰাকীয়ে সন্তানটি জন্ম দিবলৈ সক্ষম হয়।

বৰ্তমান মাতৃ আৰু সন্তান দুয়ো হাফলং অসামৰিক চিকিত্সালয়ত কুশলে আছে। জানিব পৰা মতে ডা০ দীপালি বৰ্মনে তেওঁলোকৰ চিকিত্সা চলাই আছে।

কিন্তু এই পৰিস্থিতিৰ দায়িত্ব ল’ব কোনে, কোন দায়ী?

অভিযোগ অনুসৰি, দাওটোহাজা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কাগজ-কলমত চিকিত্সক, নাৰ্চ সকলো আছে, কিন্তু বাস্তৱত দৰৱ দিয়াৰ কাৰণে ফাৰ্মাচিষ্ট এগৰাকীও নাই!

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd